নাজানো তুমি কোন
তোমাৰ অভিমান কোন।
মাথো এটাই কথা জানো
তুমি মোৰ স্বাভিমান।।
এদিন তুমিও
বিচাৰিবা মোক
নিজান বাটৰ
সেই দূৰ্যোগত
তেতিয়া চাগে
মই নাথাকো
তোমাৰ
কাষত।।-
আহিবা এদিন হৃদয়ৰ
ভগা পজালৈ|
বিলাসী সৌন্দৰ্য্যৰ ত্ৰোষ্টী দিব নোৱাৰিলেও,
মন উজাৰি হাঁহিৰ খোৰাক হৈ চিৰস্মৰণীয়
মৰম দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰিম জীৱনৰ অন্তুিমটো ক্ষণলৈ।। 😊❤❤-
মোৰ প্ৰিয়জনী মোক নালাগে
মোক নিজতকৈও প্ৰিয়
বুলি ভৱাজনীহে লাগে।
সূখী সেইজনেই যিজনে
আনৰ দূখত সনম্বয় হয়
তেওঁৰ মূখত হাঁহিৰ পৃষ্ঠা গঢ়িব পাৰে।
তাৎপয্য নহলে ছাৰ্কাছত বহা দৰ্শকৰ তুল্য
যিয়ে নেকি আনৰ কষ্টৰ দৃষ্টতাৰ
পৰিবৰ্তে নিজৰ তৃপ্তি বিচাৰে।-
*এই স্বাৰ্থপৰ পৃথিৱীখনত আমি
সকলোৱে ভিক্ষাৰী কিয়,
কাৰণ প্ৰতেইকৰে জীয়াই থাকিবলৈ
এটা এটা স্বাৰ্থ আছে।
বাটত খোজকঢ়া জন দুটা ৰুটিৰ ভিক্ষাৰী,
অভিমানীসকল প্ৰেমৰ ভিক্ষাৰী,
চাকৰীয়ালসকল সূখৰ ভিক্ষাৰী,
মধ্যবিত্বসকল টকাৰ ভিক্ষাৰী,
কূটপদসকল সন্মানৰ ভিক্ষাৰী,
বিশেষকে চৰকাৰ ভোটাৰৰ ভিক্ষাৰী আৰু অন্যান্য বহুতো।🙃🙃*-
তোমালৈ বুলি লিখিছো
এখনি চিঠি,,
হ্নদয় স্পন্দনৰ মাত শুনি
অচিনাকী বাটলৈ বুলি।।
নোৱাৰো মনটোক বুজাব,
কিয়জানো..? তোমাৰ
স্মৃতিক লৈ অভিমানী
হৈ ৰ'লো।
কিমান যে মৰম,আশা,ভৰষা
সাঁ'চি থৈছো তোমালৈ বুলি
কি ''বা যে ক'বা তুমি..?
সেইহে তোমাক নোৱাৰোঁ
মই ক'ব খোলি।।
চিনাকী হৈওঁ যেন অচিনাকী
হৈ ৰ'লো,,
হ্নদয়ৰ ভাষা,হ্নদয়তে
থাকিব যেন...!
তোমাৰ অবিহনে
হাঁহিবওঁ নোৱাৰা হ'লো।।
💔💘💔😔😔
-
To
Dearest
She is not mine,
she is not my age,
But people say that love is blind,
Which is true.
She is the only girl
Who told me about life.
Her humanity & priority
influenced me.
She doesn't know How much
I love her.
At the end of life continue
Loving affection on my behalf.
But I don't want to tell her
More about it.
Because I know She will never
Be mine. 😔😔
🌹🌹❤💓❤-
জীয়াম নো কোনদিনা?
জীয়াই থকাৰ প্ৰস্তুতিতে
অতিবাহিত হৈ আছে জীৱনটো,
সূখী হোৱাতকৈ যেন
সূখী যেন হৈ দেখুওৱাটোহে
বেছি প্ৰয়োজনীয় হৈ পৰিছে।
😓😓-
ভাৱনাৰ প্ৰবঞ্চণাৰ
সিমা বহলাব নোৱাৰি,
মনৰ কথাবোৰ কোৱা
প্ৰিয়জনও নাই অ,
মাথো তোমাৰ স্মৃতিকহে
সংগী কৰি লৈছো।
মনৰ চকু কিয় জানু
তোমাকে বিচাৰি ফুৰে,
মই জানো তুমি মোৰ
নোহোৱা,তথাপিও তোমাৰ
নামৰ কল্পনাৰ ৰচনা লিখিছো।
তোমাৰ প্ৰতিটো উশাহ
মোৰ অভিমান হয় ৰ'ল।
তোমাৰ প্ৰতিটো হাঁহিয়ে
মোক মাৰি থৈ গ'ল,
দোষ তোমাৰ নহয়
দোষ মাথো মোৰহে আছিলে।
কিয় জানো পাহৰিব
নোৱাৰো তোমাক মই।
তোমাৰ স্মৃতিৰ কবি---😓😓💗💓-
Never shall I
forget the Day's
I spent with you.
Continue to be
My friend, as you
Will always find me yours.
-
I wish in
2020 all your
Wishes are
comes true
And always
Stay blessed.
I hope your
Life is
Everything
You deserve because,
In my opinion, you
Deserve the world.
I will stand by you
Forever.My heart
Will always belong
To you.
-