Rimpi Dutta   (Rimpi)
1.1k Followers · 98 Following

শিৱসাগৰীয়ান🕉❤
Joined 12 July 2020


শিৱসাগৰীয়ান🕉❤
Joined 12 July 2020
28 NOV 2024 AT 18:33

তুমি মোৰ কথা
নুবুজিলেও কথা নাই,
মাথো বুজিও যেন
অবুজন নোহোৱা
কিয়নো এই হৃদয়
এতিয়া তোমাতে মগন...🌻❤

(সেয়ে ভালে ৰখাৰ দায়িত্তও তোমাৰ)

-


13 OCT 2022 AT 22:31

এইয়া শৰৎ আহিল
শেৱালিৰ সৈতে ভালপোৱাৰ সুবাস বিলাবলৈ

মাথো, আপুনি হে নাহিল
আপোনাৰ অপেক্ষাত
চোতালৰ দুবৰিও মৰহিল...😌🌼

-


24 AUG 2022 AT 10:33

কিছুমান কথা নোকোৱাকৈ থাককচোন

মই শুনিবলৈ ৰৈ থাকিম
আৰু তুমি ক'ম ক'ম বুলি ভাৱিয়ে
সময়বোৰ পাৰ কৰি দিবা✨

-


19 AUG 2022 AT 16:07

যাৰ বাঁহীৰ সুৰে সকলোকে মুগ্ধ কৰে
যিয়ে নেকি প্রেমক পূজাৰ স্থান দিলে,
সেইজন শ্রীকৃষ্ণৰ আজি ওপজা দিন...

শুভ জন্মাষ্টমী ✨❤

-


15 AUG 2022 AT 8:32

সাম্রাজ্যবাদৰ কৱলৰ পৰা মৃত্যু গচকি
জিনি অনা মুক্তিৰ নামেই "স্বাধীনতা"
🧡🤍💚

HaPpY InDePeNdEnCe DaY...🇮🇳

-


7 AUG 2022 AT 17:15

আচ্ছা শুনা!
তোমাৰ কথাত কি আছে বুলি নুসুধিবা

তুমি মোৰ হেঁপাহ,
তুমি শান্তি,
যাৰ বাবে প্রতিপল মনে
তোমাতেই জিৰণী ল'ব খোজে...✨💚

-


20 JUN 2022 AT 8:10

"মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে...?"

অনুপম সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা সাহিত্যিক,সংগীতকাৰ তথা সংগ্ৰামী নেতা বিষ্ণুৰাভাদেৱৰ মৃত্যুবার্ষিকীত গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ...💚🙏

-


19 JUN 2022 AT 15:17

দেউতা খোজবোৰ দিওঁতে অলপ ভালকৈ দিবা
মই তোমাৰ পিছত আছো...✨🌻

-


5 JUN 2022 AT 9:45

"তুমি সেউজীয়া
ধৰণীৰ অলংকাৰ
উশাহৰ গহণা
পৃথিৱীৰ শিৰোনামা..."

বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা যাচিলোঁ💚

-


27 MAY 2022 AT 16:58

এবাৰ মোৰ কাষলৈ আহিটো চোৱা
আজাৰ হৈ মুগ্ধ কৰিম তোমাক
সোণাৰুৰ হালধীয়া ৰঙেৰে আৱৰি ৰাখিম
দি যাম কৃষ্ণচূড়া হৈ ভালপোৱাৰ প্রতিশ্রুতি...💜

-


Fetching Rimpi Dutta Quotes