Rijurekha B  
3 Followers · 3 Following

Joined 27 April 2021


Joined 27 April 2021
16 MAY 2024 AT 8:32

ভুলবোৰ অনুশীলন কৰাইতো জীৱনৰ পঠনীয় পাঠ। এটাই মাথোঁ পণ এবাৰ কৰা ভুল আৰু দুনাই নকৰোঁ। আশা কৰোঁ তুমিও তাকেই কৰিবা।

-


28 MAR 2024 AT 21:43

"Self discipline is self love"

-


13 FEB 2024 AT 11:44

মানুহৰ মাজত 100% purity বিচৰাটোও মৰীচিকা খেদাৰ দৰেই কথা।

-


1 FEB 2024 AT 12:06

মানুহে নিজৰ কৰ্মদোষৰ দুৰ্বলতা ঢাকিবলৈ সদায়ে তিনিটা বস্তুৰ ওপৰত অপবাদ জাপি আহিছে __ সময়, ভাগ্য আৰু ভগৱান।।

-


2 DEC 2023 AT 11:58

ভুল পথেৰে ভুলকৈ অহা অনুপ্ৰেৰণা, প্ৰভাৱশালী আৰু সফল ব্যক্তিৰ ভুলকৈ কৰা অনুসৰণে কেতিয়াও জীৱনটো সঠিক আৰু শক্তিশালীভাৱে আগুৱাই নিয়াত সৎ শক্তি হৈ ঠিয় দিব নোৱাৰে, যেতিয়ালৈকে আন্তৰিক তাগিদাৰে আলোকৰ বাটেৰে সুচাৰুৰূপে নিজক আগুৱাই নিয়াৰ বিশুদ্ধ তাড়না হৃদয়ৰ নিভৃত কোণৰ পৰা নিগৰি নাহে।।

-


13 JAN 2022 AT 20:44

সকলো বন্ধুলৈ উৰুকাৰ ওলগ জনালোঁ। মেজি জুইৰ মিঠা উম লৈ ভোগৰ উৎসৱ ভোগালী বিহুটি সুকলমে পাৰ হৈ যাওক।।

-


27 APR 2021 AT 3:04

বন্ধু অ',,,
তুমি মোৰ আৰণ্যক নিশাৰ জোনালী বাট

-


27 APR 2021 AT 2:49

কোনে কয় মই অকলশৰীয়া
বুকুৱে পৰশে য'ত সৌহার্দ্যৰ সেউজীয়া

-


Seems Rijurekha B has not written any more Quotes.

Explore More Writers