Life is short_life is dream
Enjoy doing positive work
As long as you want to live-
Student of Darrang college
Language-Assamese_Hindi_English
দুদিনীয়া জীৱনটোনো কাক সপি দিম
অকলশৰীয়া হ'লেওঁ বতৰাবোৰ কাকনো ভগাইদিম-
সাঁচি থৈ দিয়া হৃদয়তে ;তোমাৰ সেই বিননি
যেতিয়ালৈ তোমাৰ উশাহ আছে
তোমাৰ ভগ্ন হৃদয়ত লিখি যাব কাহিনী
আধৰুৱা তোমাৰ জীৱন হৈ ৰ'ব আকাশৰ চাকি-
সফলতা বাৰিষাৰ চাকিটো জ্বলিব
হৃদয়ে হেপাহ তুলি গীত গাব
বৰষাৰ টোপালবোৰ বয় যায়
সোনাৰু এজাৰে ৰ' লাগি চায়-
जब कोई मुझसे बहुत
ज्यादा मजाक करते हे
तो कहता है कि मै बहुत जल्द
serious हो जाता हूँ
पर जब मै किसीको एक
शब्द मजाक बनाया
तो उनहे बुरा लग जाता हे ओर
हम बुरे इनसान बन जाते 😒-
অনুভৱ বোৰ সদায়
ডায়েৰীৰ শুভ্ৰ পৃষ্ঠাতেই জিৰাই
এটি এটি শব্দৰ দাগেৰে-
নিশব্দতা.....মসৃণ ক্ষণ....
বাউলী মেঘালীটাৰি....
উষ্ণ তাইৰ নিশাহ ....🍂
বিষাদৰ মিচিকনি....👄
প্ৰেমৰ বলীয়া ঘাম .....-
प्यार ऐसा करना
कि वो जिन्दगी भर याद रखे
धोखा ऐसा देना
कि वो किसी पल याद न करें-
न करो ऐसा....!
न करो ऐसा की हम
जलकर राख हो जाये
अगर हम राख हुआ
तो ये दुनिया हि धुआँ धुआँ-