Puja Poudel   (✍️ PUJA POUDEL)
1 Followers · 12 Following

অসমৰ জীয়ৰী। (Assamese girl)
Joined 27 August 2022


অসমৰ জীয়ৰী। (Assamese girl)
Joined 27 August 2022
1 DEC 2023 AT 21:52

নীৰৱতা কি সেইজনক সুধিবা যিজন ব্যক্তিয়ে মাজ নিশা অকলে অকলে নীৰৱ পৰিবেশত বহি হিমকিৰণ তথা জোনবাইৰ লগত কথা পাতিব পাৰে 🌝 yes I'm a selenophile 🌝🌙

-


25 MAR 2023 AT 20:06

कलि को सत्य
न नर मा कोई राम छन
न नारी मा माता सीता
न यो धरा बचाऊन को लागी विष पिउने कोई शंकर छन,
न श्री कृष्ण जस्तो धर्म अधर्म को ज्ञान कसैमा बचेको छ,
न हरिश्चंद्र सरीखा सत्य आज देखिन्छ ,
न गौतम बुद्ध को जस्तो धैर्य छ आज याहा,
बस बाचेको छ मनुष्य भित्र प्रतिशोध को कुटिल ज्वाला,
छैन बचेकों केहि अंश हमिमा स्वर्णिम युग को ।
कसको भूमिमा रमायेर हामिले अफनो अस्तित्व नचिन्ने भयेका ??

-


11 NOV 2022 AT 14:04

Thappad
Thappad tiyo mtrai hoina jun gala maa aayera lgxa
Thappad tiyo har ek chiz ho jun hajurko
Atmasamman maa aayera lagxa
Thappad tiyo har ek manxe ho josita hajurlai comfortable feel hudeina
Thappad tiyo har ek thau ho jun thau ma hajur ko respect xoina
Thappad tiyo har ek soch ho jalle hajur lai demotivate grxa
Thappad sirf tiyo mtrai hoina jun hath uthayera hannina xa
Thappad ti sabai kura heru hun jasle hajurko atmasamma ma hamla grne xa
Thappad ti sabai kura hun jun kura le hajurko mon dukhau xa

-


8 NOV 2022 AT 2:47

Paristhiti
Auta sabda ma lukeka dherai kura heru
Kati kura maya ka ta kti jimmedari ka
Kun kura bujne ra kina bujne tha navayeko paristhiti
Hajur ko samu dui ta bato xan
kun bato ma hidne thamiyauna nasakne patisthiti
Upai mtrai dhorjya hune xa
Hoshla rakhnu hosh ti bato agari gayera feri ek arka sanga vet hune xan tiya feri auta naya chowk bannine xa naya kahani feri lekhine xa maya ra jimmedari le paripurna jiban ko ...

-


2 NOV 2022 AT 13:09

মা
কোনে বনাইছে তোমাক ? ইমান ভাল যে তুমি,
সকলোৱে নিজৰ স্বাৰ্থৰ বাবে কাম কৰে আৰু তুমি মোৰ হাঁহিৰ বাবে মোৰ বাবে ।
ইমান মৰম কৰা যেন মই তোমাৰ আটাইতকৈ প্ৰিয় সম্পত্তি ।
মই নাজানো মই কি ভাল কাম কৰি তোমাক মা হিচাবে পালোঁ ।
তোমাক ধন্যবাদ মই কেতিয়াও নিদিওঁ আৰু দিবও নোৱাৰোঁ কাৰণ ধন্যবাদ শব্দটো তোমাৰ ওচৰত বহুত সৰু গোটেই জীৱন ধন্যবাদ দিলেও মই তোমাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ ।
আজি মই তোমাক প্ৰতিশ্ৰুতি এটা দিও তোমাৰ বিশ্বাস সদাই মোৰ ওচৰত থাকিব আৰু কেতিয়াও তোমাৰ মনে আঘাত পোৱা কাম নকৰোঁ। তোমাৰ ডাঙৰ ছোৱালী ন মই ডাঙৰ ছোৱালী হোৱাৰ গোটেই দায়িত্ববোৰ পালন কৰিম।
নিস্বাৰ্থ প্ৰেমৰ শ্ৰেষ্ঠ উদাহৰণ তুমি মা ।

-


30 OCT 2022 AT 11:13

তুমি চাগে ভাবি আছা মই সলনি হলো বুলি ?
নাই মই সলনি হোৱা নাই, ডাঙৰ হে হৈ গৈ আছোঁ দিনে দিনে, নিজক বুজি পোৱা হৈছোঁ, নিজৰ বাবে কথা কোৱাৰ সাহস কৰিছোঁ ,
আৰু বুজি পোৱা হৈছোঁ কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থাকিলে ভাল লাগে, কাৰণ যেতিয়া তুমি ভাল কৈ বুজি পোৱা যে তোমাৰ কথা সন্মুখৰ মানুহজনে বুজি নাপায় তেতিয়া তেওঁক কৈ লাভ নাই ।
বুজিছা মই সলনি হোৱা নাই অ কেৱল ডাঙৰ হৈছোঁ বুজি পোৱা হৈছোঁ ।

-


3 SEP 2022 AT 13:37

কেতিয়াবা কথা কৈ কৈ শেষ নহয় আৰু কেতিয়াবা পাতিবলৈ কথা নেথাকে ,
কেতিয়াবা হাঁহি হাঁহি তত পোৱা নেযায় আকৌ
কেতিয়াবা হাঁহিবলৈ ভয় লাগে ।
কেতিয়াবা দুখত কন্দা হয় আকৌ
কেতিয়াবা কেতিয়াবা সুখত চকুপানী বৈ যায়,
একেটা বস্তু মাত্ৰ সময় আৰু পৰিস্থিতি বেলেগ
জীৱনৰ বাট যে উজু নহয় এইবোৰ তাৰে পৰিচয় চাগে !

-


2 SEP 2022 AT 1:47

প্ৰিয় বান্ধৱী

হয় নেপালী ব্ৰাহ্মন মই
কিন্তু তাই চুলতানা মুছলমান ।
কাৰ কথা কৈছোঁ নেজানে চাগে
প্ৰিয় বান্ধৱী মোৰ মুছলমান ।
এফালে মেজত সৰু মন্দিৰ মোৰ
আনফালে মেজত তাইৰ কোৰান
হয় প্ৰিয় বান্ধৱী মোৰ মুছলমান ।
মোৰ লগত ধুপ জ্বলাই তাই
তাইৰ বাবে মই ইফতাৰি যোগান ধৰোঁ‌ ।
ঈশ্বৰ আল্লা একেজনৰ নাম
প্ৰিয় বান্ধৱী মোৰ মুচলমান ।
সকলোৱে সুধে যমজ নেকি ?
দেখাত হেনো আমি একে
কেনেকৈ হব পাৰে এইটো পৰিয়াল মাত্ৰ নহয়
মজহব আমাৰ বেলেগ বেলেগ।
হয় উপাধ্যায় ব্ৰাহ্মন মই
কিন্তু প্ৰিয় বান্ধৱী মোৰ মুছলমান।❣️

✍️ পূজা পৌড়েল

-


27 AUG 2022 AT 23:29

কেতিয়াবা মৌনতাই বহু কথা কৈ যায় ।

-


27 AUG 2022 AT 23:13

স্মৃতিবোৰ বৰষুণ জাকে উটুৱাই নিয়া নাই বৰং সজীৱ হে কৰিছে।🌧️🌧️🌧️🌧️🌧️ হয় মই প্ৰেমিকা বৰষুণৰ ৷

-


Fetching Puja Poudel Quotes