মনৰ মাজত আওৰাই আছিলো ছয়ৰ তিনি গ’ল থাকি তিনি!
ছয়ৰ চাৰি গ’লে একা!
সময়ৰ নাওঁখন গৈ থাকে, বন্ধা থাকে আমাৰ পৰিসীমা; পাহাৰলৈ বুলি খোজ দিওঁতে ভয়ামতেই ভৰিত উজুতি খোৱা-
Assamese girl
অসমীৰ কন্যা ,অ... read more
পোহৰৰ বাট ক’ত ?
অব্যক্ত সকলো সামৰি যদিহে লও মই বিদায় ,
পাবা জানো বিচাৰি আন্ধাৰ বাটত ,
মোৰ মনৰ হাজাৰ প্ৰশ্নৰ সমিধান?-
Not everyone can say “mujhse nhi ho raha h , mujhe le jao”. Chalna parta h khudke chune huye raste pe !
-
At some point we realise that
none of us want to stay in the dark
but we all are getting used to it
in search of a little hope of light!-
চৌদিশে ইমান আন্ধাৰ , পোহৰৰ বাট ক’ত ?
কোন দিশে যাওঁ মই , অতীতৰ , বৰ্তমানৰ নে ভৱিষ্যতৰ?
ইমান আন্ধাৰ মই পূৰ্বে অনুভৱ কৰা নাই ,
শংকাপূৰ্ণ সময়ৰ আৰ্তনাদ গুঞ্জৰিত চৌদিশ!
আন্ধাৰ, ইমান আন্ধাৰ!
পোহৰৰ বাট বিচাৰি আন্ধাৰতেই খুপি খুপি গৈ আছো,
আছে, ক’ৰবাত পোহৰৰ বাট এটা আছে!-
:কি ভাবি আছা?
:হেৰাই যোৱা গল্প কিছুমানৰ কথা!
:তুমিটো গল্প নিলিখা!
:কাৰোবাৰ জীৱনৰ প্ৰথম উপাৰ্জনৰে উপহাৰ দিয়া ঘৰীটো হেৰাই যাওঁতে হেৰাই গ’ল গল্প এটা।-
Spiritual Soul
I can feel his deep breath near my ears when I'm about to sleep;
I can feel the touch of him
playing with my feet.
I can feel him near me
when I feel no living soul is there for me,
I can feel him
whenever I feel need of him.
Who says death is reality,
I can always feel the spiritual soul of him.-
আপুনি কৰা অৱহেলাবোৰৰ বাবেই মই বুজাব পৰা নাছিলো কথাবোৰ,
অথবা আপুনি কেতিয়াওঁ বুজিবলৈ চেষ্টাই কৰা নাছিল।-
জীৱন এটি আধা লিখা কবিতা
সংগ্ৰামবোৰ যেন শব্দৰ সমাহাৰ,
নীলাবোৰ এক প্ৰতিবাদী কন্ঠ
ৰঙাবোৰ প্ৰতিফলন সফলতাৰ।
জীৱন এটি আধৰুৱা গীত
সুৰবোৰ নিমিলে সঠিক ৰূপত,
মাথো বাজি উঠে ৰণডংকা জীৱনৰ
আৰু আমি যুঁজ দিও অক্লান্ত ভাৱে।
জীৱন এটি পাৰবিহীন ঘাট
য'ত সপোনৰ ৰংবোৰে
নিতৌ লুকা-ভাকু খেলে ,
আমি মাথো অপেক্ষা কৰো
এদিন ৰামধেনুৰ ৰং চাবলৈ।-