এটি সন্ধিয়াৰ কবিতা লিখোঁ যত আন্ধাৰ আৰু পোহৰে ফাকু খেলিব ,বৰ্ণ বোৰ লাহে লাহে শব্দ হৈ পৰিব আৰু ভাষা বোৰত গুণ গুণাব আবেলিৰ গান আৰু কবিতা বোৰে💛🌼🌼🌼
-
15 JUN 2019 AT 13:55