Priyambika Borah  
55 Followers · 1 Following

Joined 4 June 2019


Joined 4 June 2019
11 JAN 2022 AT 1:24

অন্তৰৰ পৰা হাঁহি থাকিব পৰালৈকে সুখবোৰ মোৰ

-


11 JAN 2022 AT 1:20

নাভাবিলে আটাইতকৈ সুখী মানুহ আপুনি আৰু ভাবিলে আটাইতকৈ দুখী মানুহ আপুনি !
(সময়ৰ বাৰ্তালাপ)

-


1 AUG 2021 AT 0:55

বন্ধুত্ব দিৱসৰ শুভকামনা মোৰ সকলো বন্ধুলৈ । মৰম শুভকামনা আৰু সদায় সম্পৰ্কবোৰ ভালে ৰখাৰ হেঁপাহ লৈ এটাই আশা ভালে থাকক সকলো প্ৰিয় হৈ ।

-


4 JUL 2021 AT 22:02

কোনোবাখিনিত হতাশা আহিলে থমকি ৰোৱাতকৈ আগুৱাই গলেহে জীৱন জীয়াৰ মাদকতাবোৰ পাব পাৰি
💛

-


4 JUL 2021 AT 22:00

আকাশৰ বুকুত আমাৰ সপোনে উমলে ভালপোৱাৰ অভিমানৰ সৈতে❤
"আজীৱন তোমাৰ সাহস হৈ ৰম" এইয়াই মোৰ বাবে ভালপোৱা💛

-


4 JUL 2021 AT 21:58

মানুহক ব্যক্তিগতভাবে নজনাকৈ মানুহৰ ওপৰত ধাৰণা কৰাটো ভুল কাৰণ নিজৰ জীৱনত নঘটালৈকে বহু কথাই সহজ হৈ থাকে আমাৰ চকুত💛

-


22 APR 2021 AT 1:50

কিছু সময় আৰু কিছু মানুহে আমাক জীৱনলৈ কিছু শিক্ষা দি যায়

-


22 APR 2021 AT 1:37

ভালপোৱাৰ অনুভৱবোৰে নতুন সপোনৰ পোখা মেলায় ।

-


22 APR 2021 AT 1:35

অধিক অৱহেলাই মানুহক মানুহৰ প্ৰতি আন্তৰিকতাবোৰ কমায়

-


22 APR 2021 AT 1:32

সময়ে উপহাৰ দিয়া হাঁহিবোৰ কেতিয়াবা হেৰাই যায় কঠিন সময়ৰ বুকুত

-


Fetching Priyambika Borah Quotes