Priyam ankita   (Priyam ankita)
180 Followers · 81 Following

read more
Joined 4 June 2019


read more
Joined 4 June 2019
3 APR 2020 AT 6:50

শুনিবৰ মন নাই মোৰ
বিমৰ্ষ প্ৰকৃতি আৰু বৰষুণৰ
সেই প্ৰাণোচ্ছল প্ৰেম কাহিনী।
যাৰ বাবে প্ৰাণ পায় উঠে
হাজাৰ খন স্মৃতিৰ উদ্যানে।।

-


4 JUN 2019 AT 22:30

Connection दिल से होनि चाहिए ; जब जुड़े तब खुशी मिलती है और जब तोड़े तो दर्द होता है

-


27 JAN 2021 AT 23:13

জোনাকী নিশাৰ আকাশ খন বৰ শুৱনি জানা ..
আন্ধাৰত ও গায় জীৱনৰ জয়গান ...

-


27 JAN 2021 AT 23:03

অস্ত যাব বুলি
জানিও ......
প্ৰতিবাৰেই প্ৰেমত পৰো
সূৰ্য্যটোৰ লগত...
যেন
এক
অবাস্তৱ
কল্পনা
জীৱনৰ চাকনৈয়াত
বিশ্বাসবোৰ বিক্ৰী কৰাৰ...
আপুনি জানো পাৰিব
কেৱল
এমুঠি বিষাদৰ বাবদ
আপোনাৰ জোনাকত মোক সাঁচিবলৈ...??

-


27 JAN 2021 AT 22:42

চকুলো যদি নিগৰে
তোৰেই আঁচলত উজ্জীৱিত হ'ব...

উশাহবোৰ ও যদি চুটি হৈ আহে
তোৰেই সান্নিধ্যত প্ৰাণ পাই উঠিব....

-


5 SEP 2020 AT 17:38

ভোকত পেট হৈ পৰে কাতৰ..
মন্ত্ৰীত্ব ও হৈ পৰে সাঁথৰ ...



সাহাৰ্য্য বানপানীৰ ...
তাতো আকৌ সকলোৰে ৰাজনীতি ...

-


5 SEP 2020 AT 11:06

হেৰাই যোৱা অতীতৰ পৃষ্ঠাবোৰ আকৌ এবাৰ লুটিয়াই চালোঁ ...।।
সোণোৱালী শৈশৱৰ দলিচাত কোনোবা অচিনাকীৰ হস্তাক্ষৰৰ সম্ভেদ পালোঁ ...।।
উকি মাৰি গুচি যোৱা সময়বোৰত আকৌ আপোন পাহৰা হৈ উমলিবৰ মন ...।।
কুঁহিপাতৰ পৃষ্ঠাৰ পৰা জীৱনৰ অন্তিম মূহুৰ্তলৈকে
বহুত শিকিবলৈ পাম....।।
ভটিয়াই যোৱা সময়ৰ হেঁচাত তথা যান্ত্ৰিকতাৰ মাজত ও মনত ৰাখিম...।।
জীৱনৰ বাটত পোৱা অচিনাকী হৈ ও চিনাকী হৈ পৰা প্ৰতিজন লোকক.......

-


28 JUL 2020 AT 20:28

আৱেগবোৰ হয়তো তেনেকুৱাই
চকুৰ টিপতে আহি বুকুত জিৰায়......

-


28 JUL 2020 AT 20:21

পাৰ ভঙা উচাহৰ খেলাত
আকৌ লাগিল বেমেজালি ...
তুমি তুমি লগা সময়বোৰে
মনত আকৌ লগালে খেলিমেলি ....

-


19 JUL 2020 AT 19:46

বৈ যাবলৈ দিয়া
তোমাৰ হৃদয়ত
উচাহৰ ঢল....
এৰাসূঁতিৰ উচতনি
আৰু ...
অভিমানেৰে পোখালি পেলোৱা হিয়াত
আকৌ নিৰ্লজ্জতাৰ চিৎকাৰ.....

-


Fetching Priyam ankita Quotes