Pranjit Das  
2 Followers · 2 Following

Joined 7 February 2019

Joined 7 February 2019
13 MAR 2022 AT 8:07

ফাগুন
=======
বন্দিতা নেওগ গোগোহাঁই

পলাশবুলীয়া উকা আচলত ধৰি
সৰাপাতৰ বিননিত
ফাগুন আহে সময়ৰ বাটত
ফাগুন ফাগুন ৰঙী
ৰিঙা ৰিঙা মনৰ
পখিলাজনি হৈ

আকাশত জুইফুলে

জাকপাতি উকিয়াই
মই মদাৰ ...মই শিমলু
দেহত জ্বলে যৌৱনৰ জুই
বেদনাত লঠঙা গছে
দুখৰ চকুলো সাবতে
বসন্তৰ আবেগ দুচকুত লৈ.....

-

13 NOV 2021 AT 20:18

শ্রদ্ধাভাযনেষু ,

প্ৰতি
কাব্যমনি বৰা,দাৰ্জিলিং

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷
উক্ত অনুষ্ঠানত দেশ বিদেশৰ ১৮০ জন কবিক বঁটা প্ৰদান কৰা হব।
উক্ত অনুষ্ঠানত আপোনাক মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ দাৰ্জিলিংৰ প্ৰতিনিধি হিচাপে
নিমন্ত্ৰণ জনালোঁ।

সময় -ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা সদন, অসম সাহিত্য সভা
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

কাব্যনীল
মুখ্য প্ৰশাসক
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

13 NOV 2021 AT 20:08

শ্রদ্ধাভাযনেষু ,

প্ৰতি
গীতালি দাস,মুম্বাই

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷
উক্ত অনুষ্ঠানত দেশ বিদেশৰ ১৮০ জন কবিক বঁটা প্ৰদান কৰা হব।
উক্ত অনুষ্ঠানত আপোনাক মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ মুম্বাইৰ প্ৰতিনিধি হিচাপে
নিমন্ত্ৰণ জনালোঁ।

সময় -ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা সদন, অসম সাহিত্য সভা
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

কাব্যনীল
মুখ্য প্ৰশাসক
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

6 NOV 2021 AT 22:13

শ্রদ্ধাভাযনেষু ,

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷
উক্ত অনুষ্ঠানত দেশ বিদেশৰ ১৮০ জন কবিক বঁটা প্ৰদান কৰা হব।
উক্ত অনুষ্ঠানত আপোনাক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনালোঁ।

সময় -ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা সদন, অসম সাহিত্য সভা
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

কাব্যনীল
মুখ্য প্ৰশাসক
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

6 NOV 2021 AT 22:08

শ্রদ্ধাভাযনেষু ,

কবি- অংকুৰণ আৰ্ফ
কবিতা পুথি- মাটি মুৰুলীৰ মাত

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷
উক্ত অনুষ্ঠানত দেশ বিদেশৰ ১৮০ জন কবিক বঁটা প্ৰদান কৰা হব।
উক্ত অনুষ্ঠানত মঞ্চৰ ফালৰ পৰা দহখন কবিতাপুথিক এই বছৰৰ বাবে বাছনি কৰা হৈছে।তাৰ ভিতৰত আপোনাৰ কবিতাপুথি খনেও "শ্ৰেষ্ঠ কাব্য সংকলন বঁটা ২০২১"- বিজয়ী হৈছে।
আপোনাক এই পত্ৰ যোগে বঁটা গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ।

সময়-ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা।
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

-

6 NOV 2021 AT 18:18

শ্রদ্ধাভাযনেষু ,

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷
উক্ত অনুষ্ঠানত সংগীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় গায়িকা আৰিফা হুছেইন বৰা।
সকলো কাৰ্যসূচীতে আপোনাৰ সহযোগিতা আন্তৰিকতাৰে আমন্ত্ৰণ জনালোঁ ৷
সময়-ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা।
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

কাব্যনীল
মুখ্য প্ৰশাসক
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

6 NOV 2021 AT 18:04

6 NOV 2021 AT 16:10

শ্রদ্ধাভাযনেষু ,

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷ সেয়েহে সভাৰ সকলো কাৰ্যসূচীতে আপোনাৰ সহযোগিতা আৰু "মুক্ত কবি কণ্ঠ যুৱ সাংবাদিক বঁটা 2021"প্ৰাপক হিচাপে উক্ত সভালৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনালোঁ ৷

সময়-ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা।
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

ধন্যবাদেৰে-
সম্পাদক-কাব্যনীল
সভাপতি -ইকবাল হোচেইন খান
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

6 NOV 2021 AT 15:30

শ্রদ্ধাভাযনেষু ,

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷ সেয়েহে সভাৰ সকলো কাৰ্যসূচীতে আপোনাৰ সহযোগিতা লগতে দহখন গ্ৰন্থৰ ভিতৰত আপোনাৰ গ্ৰন্থই"মুক্ত কবি কণ্ঠ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা 2021" প্ৰাপক হিচাপে উক্ত সভালৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনালোঁ ৷
সময়-ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা।
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

ধন্যবাদেৰে-
সম্পাদক-কাব্যনীল
সভাপতি -ইকবাল হোচেইন খান
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

6 NOV 2021 AT 15:20

শ্রদ্ধাভাযনেষু ,

নমস্কাৰ গ্ৰহণ কৰিব ৷ আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে , অহা ২৬ ডিচেম্বৰ ২০২১ , দেওবাৰে "মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ অসম"-ৰ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা বছৰৰ কবি সন্মান বঁটা,যুৱ সাংবাদিক বঁটা,কাব্য সংকলন বঁটা,আৰু গ্ৰন্থ উন্মোচন অনুস্থিত কৰা হ'ব ৷ সেয়েহে সভাৰ সকলো কাৰ্যসূচীতে আপোনাৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
লগতে আপোনাক "মুক্ত কবি কণ্ঠ বিশ্লেষক বঁটা২০২১ "গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনালোঁ।

সময়-ৰাতিপুৱা ১১ বজাৰ পৰা
স্থান-লক্ষীৰাম বৰুৱা ভৱন,অসম সাহিত্য সভা।
তাৰিখ-২৬ ডিচেম্ভৰ ২০২১

ধন্যবাদেৰে-
সম্পাদক-কাব্যনীল
সভাপতি -ইকবাল হোচেইন খান
মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ,অসম

-

Fetching Pranjit Das Quotes