30 SEP 2019 AT 19:47

তোমাৰ উশাহ কহুৱা কোমল
শেৱালী কোমল হাঁহি
হাঁহিয়ে হৃদয় কৰিলে শুনাই
এটিকি কিবা মিঠা বাঁহী
শাৰদীযা চেনেহী ৰে
কঁকাল ইমান লাহি 💞

- প্ৰাঞ্জল প্ৰতীম হাজৰিকা