Pranjal Das
(✍️Pranju's🌼)
7 Followers · 14 Following
Joined 1 August 2018
23 JUN AT 19:19
ভালপোৱা নে ভাললগা নাজানো
কিন্তু তোমাক সম্পূৰ্ন কৰাৰ তাগিদাত
নিজকেই আধৰুৱা কৰি পেলাইছো💔
It's all about you❣️
And
It's always you❣️-
23 JUN AT 17:26
যদি কেতিয়াবা উভতি আহা
এবাৰ মূৰত হাতখন বুলাই কেনে আছা বুলি সুধিবাচোন🙂
চাগে হিয়া উজাৰি কান্দিম তেতিয়া-
23 JUN AT 16:41
যদি কেতিয়াবা মোৰ অনুপস্থিতিয়ে আপোনাক আমনি কৰে
অহংকাৰৰ ভেমত ৰৈ দিব, নে আকৌ এবাৰ Whatsapp ত হেই type কৰি শেমেকা চকুলোৰে পঠিয়াবনে মোলৈ ?-
23 JUN AT 16:02
আপুনি আতৰিয়েই গলগে😒
কেতিয়াবা যদি আপোনাৰ দুবাহুৱে মোৰ আলিংগন বিচাৰে
উভতি আহিবনে ?-
20 JUN AT 13:58
হঠাৎ Miss কৰিছো আপোনাক বুলিও কৈ উঠিব নোৱাৰো নহ🍂
বাৰু,
আপোনাৰ অনুপস্থিতিত মই একেবাৰেই শূন্য মানুহ🍁🍂🍂-
20 JUN AT 13:44
হঠাৎ Miss কৰিছো আপোনাক বুলিও কৈ উঠিব নোৱাৰো নহ🍂
আপোনাৰ অনুপস্থিতিত মই একেবাৰেই শূন্য মানুহ🍁🍂-