Life is not easy; There is no great without struggle; Hammer injury not to fall; Even a stone is not God.
-
"By self-confidence you can reach the high point of life, but without self-confidence you can achieve nothing"
-
যিটো বিচাৰোঁ সেইটো নাপাওঁ আৰু যিখিনি পাওঁ সেইখিনিক লৈ কেতিয়াও সন্তুষ্ট নহওঁ। নোপোৱাখিনিৰ বাবে হাহাকাৰ কৰোঁ; পোৱাখিনি ধৰি ৰাখিব নোৱাৰোঁ। দুখ-সুখ-হাঁহি-কান্দোন এয়েতো জীৱন।
-
সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।
-
Let us Promise ourselves to love, to appreciate, to compliment and to make our start-up journey one heck of a lovely experience.
-
Ten World's:-
1. Hell, 2. Hunger, 3. Anger , 4. Animilaty,
5. Humanity, 6. Heaven, 7. Learning,
8. Realization, 9. Buddha hood and
10. Bodhisattva..-
প্ৰকৃত প্ৰেমে,,, “প্ৰেমে অনেক দিন সহে, মৰমো কৰে; প্ৰেমে ঈৰ্ষা নকৰে; প্ৰেমে আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে।”
- - প্ৰমোদ দাস-