Prachurya Borah   (প্ৰাৰ্চুয্যা 💞)
95 Followers · 62 Following

read more
Joined 19 June 2021


read more
Joined 19 June 2021
29 JUN 2021 AT 9:05

फिर भी घमंड क्यों
दो दिन की ज़िंदगी में
इतना झगड़ा क्यों
प्यार से रहो
क्योंकि
जब मर जाओगे ना
जिसके लिए झगड़ा कर रहे हो
इस दुनिया में छोड़कर जाओगे..
हरियाली की ज़िंदगी जीओ
कुछ दिन ज्यादा रह पाओगे...

-


29 JUN 2021 AT 8:48

ডায়েৰিৰ উকা পৃষ্ঠাবোৰত অংকিত কৰিছো তোমাৰ স্মৃতি...

-


29 JUN 2021 AT 7:36

হৃদয়ত প্ৰেমৰ বাসনা ঢালি
আহিছিলা তুমি
হৃদয়ঙ্গম কৰিছিলোঁ..
তোমাৰ প্ৰতিটো স্পন্দন
নতুন ৰূপৰে সজাই তুলিছিলো
নিজৰ কলুষিত জীৱনটোক
কিন্তু....
সময়ৰ বুকুত হেৰাই গ'লা তুমি
নিদ্ৰাবিহীন হৈ পৰিল মোৰ প্ৰতিটো ৰাতি
স্বপ্ন বিহীন হ'লো মই
হৃদয়ৰ উকা পৃষ্ঠাত থাকি গ'ল
তোমাৰ স্বপ্নময় স্মৃতি...

-


29 JUN 2021 AT 7:12

অশ্ৰুসিক্ত নয়নেৰে স্বপ্নবিহীন অন্ধকাৰ ৰাতিবোৰেই মোৰ সংগী।।

-


28 JUN 2021 AT 22:33

হৃদয়ৰ কথা বুজি পোৱা এজনৰ অপেক্ষাত...

-


28 JUN 2021 AT 20:59

সঁচা অনুভৱ
কলেজীয়া জীৱন যিমানেই উপভোগ নকৰা কিয় স্কুলীয়া জীৱনত কৰা হাঁহি ধেমালিৰ কথাই বেলেগ সৰু সৰু কথাত কাজিয়া লগা লগৰ এটাই অলপমান দুখ পালেও গোটেই শ্ৰেণীৰ ল'ৰা-ছোৱালীবোৰে মন মাৰি বহি থকা আৰু মনে মনে বেগৰ পৰা টিফিন উলিয়াই খাই পেলায় বেগত ভৰাই থোৱা এটা টিফিনক লৈ সকলোৰে হেতা - ওপৰা আৰু যে ক'ত কি কথা...
স্কুলীয়া জীৱনৰ কথাই বেলেগ মই কিন্তু অতি সুন্দৰ ভাৱে স্কুলীয়া জীৱন উপভোগ কৰিছিলোঁ

School life is best life ❣️❣️

-


28 JUN 2021 AT 19:46

শুকুলা মেঘৰ পৃথিৱীত তুমি আৰু মই....

-


28 JUN 2021 AT 18:09

6 September

-


28 JUN 2021 AT 18:01

Rose

-


28 JUN 2021 AT 17:51

আকাশৰ নানাৰঙী কেনভাচত অংকিত কৰিম তোমাৰ চিত্ৰ..

-


Fetching Prachurya Borah Quotes