বিহুটি নামেৰে তিনিটি আখৰে
কোনে কাটি গল শিলত ,
ঘূণেও নধৰে মামৰেও নধৰে
থাকিব আমাৰে প্ৰাণত .

আপোনাক আৰু আপোনাৰ পৰিয়াললৈ,
মোৰ তৰফৰ পৰা অতিকৈ চেনেহেৰ
ৰঙালী বিহুটিৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো.

-