এই যে তুমি ৰৈ দিলা
মোৰ সৈতে খোজ দিম বুলি,
তোমাৰ পথৰ দিশ সলালা
মোৰ সৈতে খোজ দিম বুলি।
ময়ো ৰলো,
ময়ো সলালো জানা
একেটা পথৰেই পথিক হ'ম বুলি।-
নাজানো কেনেকৈ এজনে চুলে
আনজনলৈ বেমাৰ বিয়পে ,
মোৰ দেখোন তাইৰ প্ৰথম স্পৰ্শত
প্ৰেম হে হৈছিল।-
প্ৰেম মানেনো আৰু কি.…..
এই যে সুখে দুখে তুমি মই একেলগে
একপ্ৰকাৰৰ এয়াই নহয় জানো ।-
মৌনতাও যেতিয়া মন্ত্ৰমুগ্ধ হয়
দিঠকতো সপোনে ভূমুকি মাৰে
তুমি তুমি লগা চৌপাশত
সাতোৰঙী ৰামধেনুৰ ঘৰ সাজে .-
তোমাৰ হাঁহিত নিশাৰ শেৱালী সৰে
দূবৰিয়ে দুবাহু মেলে,
আবেগেৰে সাৱতি ধৰে.
যেতিয়া পৃথিৱীত নিশা নামে ,
কোনেও নজনাকৈ
শেৱালী দূবৰীৰ প্ৰেমত পৰে .-
“Your heart is full of love and affection.
Your hands are always caring.
I am lucky to have you as my wife.”-
“You are a special gift from the heavens. Your smile warms my heart
and your presence makes me whole. I love you, today and forever!”-
“You are a special gift from the heavens.
Your smile warms my heart
and your presence makes me whole.
I love you, today and forever!”-
“I am so blessed
to have a life
with my wife.
She is always
on my mind,
in my heart and
in my soul.”-
“My love for you is a journey
that starts at forever
and ends at never in Life…”-