~~~~~বেছি smart মানুহবিলাক আমাৰ মনৰ পৰা সহজতে ওলাই যায়, কিন্তু সহজ-সৰল মানুহবিলাক আমাৰ মনত থাকি যায়।
~~~~~ভগবানৰ প্ৰতি থকা বিশ্বাসে যেনেকৈ জীৱনটো যাপনত সহজ কৰি তোলে,তেনেকৈ Partner জনৰ প্ৰতি থকা বিশ্বাসে সম্পৰ্কটো দীৰ্ঘস্থায়ী কৰে।
-
~~~~~~মোৰ বিশেষজন~~~~~
মোৰ বিশেষজনো সকলোৰে মাজত থাকিব,সকলোৰে লগতেই মিলি-জুলি থাকিব কিন্তু তেখেত কিছুমান কথাত বিশেষ হ'ব লাগিব
🥀তেখেত এজন সকৰাত্মক মনোভাৱৰ গৰাকী হ'ব লাগিব,
🥀তেখেত অইনৰ আৱেগক প্ৰাধান্য দিʼব পৰা এগৰাকী ব্যক্তি হ'ব লাগিব,
🥀মন চঞ্চল;এই চঞ্চল মনটোক সঠিক দিশত চলাব পৰা সামৰ্থ তেখেতৰ থাকিব লাগিব,
অৰ্থাৎ তেখেত সচাঁ অৰ্থত নিজক ভালপোৱা এজন ব্যক্তি হ'ব লাগিব যিটোৱে তেখেতক বিশেষ কৰি গঢ়ি তুলিব।-
সদায় বিশেষ এজনৰ অপেক্ষা কিয় কৰা যায়?
~~~~~অকলেই সুখী থাকিব নোৱাৰি নে?
~~~~~~নিজতেই নিজে পূৰ্ণ হ'ব নোৱাৰি নে?
নিশ্চয়কৈ পৰা যায়। কিন্তু আমি চেষ্টা নকৰোঁ।সদায় বিশেষ এজনৰহে কল্পনা আমি কৰো। কেতিয়াও সেই বিশেষজন আমি নিজৰ মাজত বিচাৰিব নোখোজো। হয়তো নাজানো এ আমি সেই বিশেষজন নিজৰ মাজত বিচাৰিব!
-
বহুত ভাবি--চিন্তি কোনোবা এজনৰ কাষ চাপিব লাগে আৰু এইটো মন কৰিব লাগে যে মিছাৰ দ্বাৰা সম্পৰ্কটো যেন আৰম্ভ নকৰে কোনো এজনে।
আৰম্ভণিতে যেতিয়া মিছাই স্হান পাব পিছত হেজাৰ চেষ্টা কৰিলেও সেই মিছাখিনিক মোচিব পৰা নাযাব।
আৰম্ভণি সচাঁৰে কৰক। সকলো সচাঁ কোৱাৰ পিছত যিগৰাকী আপোনাৰ কাষত থাকিব সেইজনহে আপোনাৰ প্ৰকৃত আপোন হ'ব।
-
✨🥀অপেক্ষা........
অপেক্ষা~~চিৰি বগোৱাৰ পৰা আৰম্ভ কৰি জীৱনটোৰ বিভিন্ন Step পাৰ কৰালৈ হাত নেৰা এজনৰ✨🥀
অপেক্ষা~~মোৰ অবুজন মনটো বুজি পোৱা এজনৰ✨🥀
অপেক্ষা~~মোৰ খং-অভিমানবিলাক মৰম বুলি আদৰি লোৱা এজনৰ✨🥀
........বহুত বেছি নিবিচাৰে মনটোই কিন্তু মোৰ আৱেগৰ মূল্য দিব পৰা এজনৰ অপেক্ষা সদায় কৰে ই✨🥀-
কেতিয়াবা কিছুমান সময়ত বিশেষ এজনৰ কল্পনা কৰা যায়,যিজনে মই কোৱা সকলোখিনি মনোযোগেৰে শুনিব ।
মোক শুনা এজন লাগে। মোক বুজোৱা মানুহক মোৰ ভাল নালাগে কাৰণ মই নিজক ভালকৈ বুজাব জানো😊।-
खुद बन रह रहे हैं ना हम.......
इसलिए समय लग रहें है;
हम middle class लोगो को
Carrer बना बनाई नहीं मिलती।-