হালধীয়া ডেউকাত হেঁপাহ সানি ,
ভ্ৰমি ফুৰে তাই আকাশখনি,
নাই তাইৰ ভাগৰ , নাই জিৰণি ;
পাহৰ পৰ্বতক আলিঙ্গন কৰি ,
ওখ গছজোপাক চুমি,
আবেলিপৰত ঘূৰি আহে তাই
নিজৰ ঘৰলৈ বুলি __
মোৰ মৰমৰ হালধীয়া চৰাইজনী__-
অসমীয়া ❣❣ মনে প্ৰাণে ❣❣
হিন্দু ... ✿
বজালীয়ান ❣🕊
🏡 Assam, India 🇮🇳 ❣
🎂26 ... read more
ভাগৰুৱা মন
ব্যৰ্থ সপোন
ৰুগ্ন হৃদয়
নিষ্ঠুৰ সময়
নিঠৰুৱা মই
ম্লান হেঁপাহ
ক্লান্ত উশাহ
শূন্য আশা
নষ্ট জীৱন ॥-
যোৱানিশা ধুমুহা জাকে উৰুৱাই নিলে ,
মনৰ বিষণ্ণতা, দুখ-যন্ত্ৰণাবোৰ ;
বৰষুণজাকেও জীপাল কৰি গ'ল ,
বিষণ্ণ দেহ-মন মোৰ ॥-
কি লাগে মোক ?? অট্টালিকা !!
নাই,নালাগে ,
তেওঁৰ হৃদয়ত থাকিম,
তেওঁৰ বুকুতেই জিৰাম ॥
আৰুনো কি লাগে ?? বিলাসী গাড়ী !!
উমহু নালাগে,
তেওঁৰ হাতে হাত ধৰিয়েই খোজ কাঢ়ি আগুৱাম,
ভাগৰ লাগিলে তেওঁৰ কোঁচত উঠি যাম 😍
নালাগিবনে টকা-পইচা , ধন-সোণ !!
এহহ্ .. নালাগে, লাগে এটি সুন্দৰ মন,
আৰু মোক প্ৰাণভৰি ভালপোৱা মানুহজন ॥-
ব্যস্ততাবোৰৰ মাজতো
কিছু ক্ষণ বিচাৰোঁ মই আপোনাৰ পৰা !!
হয়তো এয়া মোৰ প্ৰাপ্য , মই ভাৱোঁ !!
কিন্তু ব্যস্ততাৰ পিছতো আপোনাৰ
লানি নিছিঙা ব্যস্ততাবোৰে ,
মোক দুখ দিয়ে ___ !!
কাকো ক'ব নোৱাৰি নিশব্দে উচুপি উঠো ;
এতিয়া মইও নিজৰ লগতেই নিজক ব্যস্ত ৰাখোঁ,
কাৰো সংগ নিবিচাৰোঁ ॥
আপুনি ব্যস্ত থাকক আনৰ লগত,
মইও ব্যস্ত এতিয়া নিজৰ মাজত ॥-
মোৰ হৃদয়ত উদয় হৈ,
তোমাৰ হৃদয়ত জিৰণি লোৱা,
অনুভৱেবোৰেই চাগে ভালপোৱা ।-
পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে
কালী পূজাৰ আন্তৰিক শুভেচ্ছা সকলোলৈ,
এই পোহৰেৰেই আপোনালোকৰ
ভৱিষ্যত জীৱনো জিলিকি উঠক ___ শুভকামনা 🙏-
खोया तो है तुमने बहुत
पर पाया भी है उस्से ज्यादा,
तो फिर क्यों रोना !!
बेवजह, बेवकूफों के तरह ....!!-