PEACEBLOW18   (Peaceblow18)
19 Followers · 12 Following

I m a bcom student from guwahati ,
Joined 29 March 2019


I m a bcom student from guwahati ,
Joined 29 March 2019
8 MAR 2021 AT 9:14

A woman can be your mother
A woman can be your sister
A woman can be your daughter
A woman can be your soulmate
It's you who are making the difference in so many lives and I am one of them
HAPPY WOMAN'S DAY

-


8 MAR 2021 AT 9:01

ফাগুনৰ ৰ ৰঙা ৰং



নিসংগতাই চিঞৰি আছে
এজাক নিমিষতে হেৰাই যোৱা
বলিয়া প্ৰেমৰ বতাহ উভতাই পাবলে..

তোমাৰ সুবাস

-


10 FEB 2021 AT 17:44

পুৱাৰ কুঁৱলী হৈ আহিবি
নিয়ৰ হৈ থমকি ৰবি
ৰ লাগি চাম তোলৈ
অভিমানত সৰি নপৰিবি

-


9 FEB 2021 AT 22:11

ভাষাগত বৈচিত্ৰৰ সৃষ্টি হল প্ৰেম
তোমাৰ দ্বাৰাও হৈছিল প্ৰেম
বৰ সুকীয়া নহয় যদিও মধুৰ আছিল
বিভ্ৰান্ত মনৰ সৈতে হোৱা যুঁজ আছিল
যত প্রতিপল তুমি হাঁহিৰে নিজক হেৰাই দিছিলা
আন এখন পৃথিৱীত ,
যত নিজতকৈ আপোন কৰি লৈছিলা ভালপোৱাক
নীৰৱতা আছিল , সময়কণ অতুলনীয় আছিল
সৃষ্টিশীল ধৰাৰ শ্ৰেষ্ঠ উপহাৰ আছিল
তেওঁৰ অপৰিসীম ভালপোৱাই
তোমাৰ মনত এসাগৰ মৰমে
ভালপোৱাৰ জোৱাৰ আনিছিল...

-


9 FEB 2021 AT 21:52

I always find YOU better then
yesterday YOU are

-


19 JAN 2021 AT 22:04

ভালপোৱা ৰ কোনো শেষ নাই
মনটোক মাথোঁ জীপাল কৰি ৰাখিব
ভালপোৱা আপোনাৰ কাষ চাপিব

-


19 JAN 2021 AT 22:01

শুনা সি চাগে এগালমান মৰম বিচাৰি ফুৰিছে
তাক কোলাত শুৱাই লোৱা মৰম অকন দিয়া
কিজানিবা জ্বলি থকা জুইকুৰা খাম কাতিব

-


12 DEC 2020 AT 7:21

জীৱন মানেই যুদ্ধ

-


31 AUG 2020 AT 7:27

Smile ,care,and ur frankness

-


31 AUG 2020 AT 7:20

I am in deep sleep whenever I think about you
And ijust dreaming about u

-


Fetching PEACEBLOW18 Quotes