आपकी मुस्कुराहटों में पूरा घर शामिल हैं
आपकी नराजगियो में सबकी बेईचनी हैं
आप रहो हर घड़ी खुश, यह दिल की तमन्ना हैं
रब से मांगू, आपकेलिए खुशी और दुआ
सिर्फ़ आपको हमारी नजर न लगने दे।
-
ৰাতিপুৱাৰ বৰষুণ আহি
মনলৈ আনে তোমাৰেই কথা,
চকু জুৰিয়ে যেন তোমাক বিচাৰি
মনলৈ আনে মধুৰ প্ৰেমৰ কবিতা।
-
সেই হাঁহি যেন দুচকুতে সন্ধ্যা হল
সেই উঠ যেন হঠাতে শুকাই পৰিল
মৰমে নো কিহৰ অভিমন কৰে,
যে সকলো উজাৰি দিয়াৰ পাছতো,
সেই হাঁহি দুচকুত জিলিকিব নিদিলে।
-
মনৰ সেই ধুমুহা ৰখাব পৰা নাই
তোমাৰ পৰা দূৰৈত থাকিব পৰা নাই
উভতি অহা ঐ কানকা
তোমাৰ দৰে অভিমান মোক কোনোৱে কৰা নাই।-
মোৰ শব্দই তোমাক অনুভৱ নকৰাই
মোৰ শব্দই কিন্তু বহু কৈ যাই
অজানিতে ভুল কৰিলোঁ অ দেহা,
এই উঠেৰে ওলোৱা শব্দ বোৰ,
তোমাক দুখ দিছে জানো....
চিৰদিনলৈ তোমাৰ আগত ৰম বুবা হৈ।
-
সেই মৰম বোৰ যেন নাইকীয়া হল
সেই মৰম বোৰ যেন মৰহি গল
দুই তিনি পলকো আঁতৰিযাবলৈ নোৱাৰি
আজি দুই তিনি ৰাতি তোমাৰ পৰা আঁতৰিথাকিবলগীয়া হল।-
তোমাৰ অবিহনে ৰাতি নুশুৱাই
তোমাৰ অবিহনে ৰাতি নুপুৱাই
কিয় বাৰু এনে কৰা যেন,
সকলো অভিমানেও যেন সীমা হেৰাই।-
You are Courageous
You are Honest
You are Intelligent
You are Lovely
You are the Development
You are Rapid
You are Emotional
And also a Naughty
You make the garden so beautiful that each flower in this garden has different perfume....
Happy Children's Day
To my children....
Love you all....
Papori ma'am-
Born day is just a date
We can take take birth in each date
Of our life....-
Today I will count my blessings from morning until night, by the end of the day I will see all the ways my life is filled with light.
-