23 OCT 2019 AT 17:10

মোৰ হিয়াত তুমি পাৰিজাত ফুল হৈ
ফুলিব নালাগে।
যদি ফুলিব মন আছে মদাৰ এপাহ হৈ ফুলা
যাতে মোৰ হিয়াৰ পৰা তোমাক কোনেও নিচিগে
তুমি সদায় মোৰ হৈ থকা।

-পল্লৱী দাস

- ✍️পল্লৱী দাস