অসমীয়া ব্ৰাহ্মণ পৰিয়াল গোটৰ
সকলোলৈ ৰাতিপুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।-
মানুহৰ মনত বহুত চিন্তা আহিব পাৰে ভাল বেয়া বহুতো! কিন্তু যদি আমি সেই চিন্তাৰ ৰূপ (অৰ্থাৎ কামত লগাব যাওঁ) দিব যাওঁ ।ভাল চিন্তাটোৰ ৰূপ দিব লাগিব যিটোয়ে সৰ্বসাধাৰণৰ ভাল কৰিব আৰু নিজৰো ভাল হব।
গতিকে সৎ চিন্তা কৰক আৰু সমাজৰ উন্নতি সাধন কৰক ।-
অসমীয়া ব্ৰাহ্মণ পৰিয়াল গোটৰ সকলোলৈ শুভৰাত্ৰিৰ আন্তৰিক শুভ কামনা যাঁচিলো ।
-
শুভৰাত্ৰি
অসমীয়া ব্ৰাহ্মণ পৰিয়াল গোটৰ সকলোলৈ শুভৰাত্ৰিৰ শুভ কামনা যাঁচিলো ।আশাকৰো সকলোৰে ৰাতিটো মংগলময় আৰু শান্তি পূৰ্ণ হয় তাৰে কামনা কৰিলো ।-
শুভৰাত্ৰি
ফেচবুকৰ সকলো বন্ধু বান্ধৱীলৈ শুভৰাত্ৰিৰ শুভ কামনা যাঁচিলো ।আশাকৰো সকলোৰে ৰাতিটো সুখময় আৰু শান্তি পূৰ্ণ হয় তাৰে কামনা কৰিলো ।-
শুভসন্ধিয়া
সকলোলৈ সন্ধিয়াৰ শুভ কামনা যাঁচিলো ।আশাকৰো সকলোৰে সন্ধিয়াটো মংগলময় আৰু শান্তি পূৰ্ণ হয় তাৰে কামনা কৰিলো ।-
শুভসন্ধিয়া
সন্ধিয়াৰ শুভ কামনা যাঁচিলো ।সকলোৰে যাতে সন্ধিয়া টো সুখময় আৰু শান্তি পূৰ্ণ কৰি হয় তাৰে কামনা কৰিলো ।-
সৎ লোকসকলৰ জীৱন বৃত্তান্ত বিষেশকৈ উপকাৰী ।সেইবোৰে আম।আমাৰ অন্তৰ উজ্জীৱিত কৰে,আমাক আশা দিয়ে আৰু মহৎ আদৰ্শ দাঙি ধৰে ।তেওঁলোক দূৰদৰ্শী,উদ্যোগী আৰু পৰিশ্ৰমী যাৰ ফলত যাৰ ফলত তেওঁ লোকে সমাজত খ্যাতি ৰাখিব'লৈ সমৰ্থ হৈছিল ।
-