তোমাৰ কথা ভাৱিলেই যদি জোনাক উপচি পৰিল হয় আজিও মোৰ মনৰ চোতালখনত আন্ধাৰবোৰে আমনি নকৰিলে হয়।✨
বুকুৰ ভিতৰৰ ফুলনিখনিত যদি তুমি কোৱাৰ দৰে এহেজাৰ ৰঙা গোলাপে কলি মেলিলে হয় আজি তোমাৰ স্মৃতিবোৰে গোলাপৰ কাঁইট হৈ নহয়,ৰঙা কলিবোৰ ডাঙৰ হৈ মোৰ মনৰ চৌপাশে সুবাস ঢালিলে হয়।।❤️🌹
~নিশা💫
-