Nilim Akash Koushik   (নীল)
36 Followers · 70 Following

Joined 4 July 2020


Joined 4 July 2020
12 FEB 2022 AT 20:50

মৰমে কেতিয়াওঁ নকয় তুমি কোন ?
মৰমে মাথোঁ কয় তুমি মোৰ।

মৰমে কেতিয়াওঁ নকয় তুমি ক'ত থাকা ?
মৰমে মাথোঁ কয় তুমি মোৰ
অন্তৰত থাকা।

মৰমে কেতিয়াওঁ নকয় তুমি মোক
ভালপোৱানে ?
মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাও।— % &

-


12 FEB 2022 AT 20:40

তুমি আহিবা বুলিয়েই ডাৱৰীয়া আকাশত
বৃষ্টি অহা নাই নামি,
তুমি আহিবা বুলিয়েই কৃষ্ণচূড়াৰ ফুলবোৰ
এতিয়াও যোৱানাই সৰি !!!— % &

-


11 FEB 2022 AT 20:34

তেওঁ হাঁহি সুধিছিল "তুমি কি কৰা?"
মই উত্তৰ দিলো "দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।"— % &

-


11 FEB 2022 AT 20:28

ব্যস্ততাবোৰ শেষ হলেই নীসংগতাই আৱৰি ধৰে, টোপনিও আজিকালি নলয়চোন আঁকোৱালি, অনুভৱবোৰ শেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্রশ্নবোৰৰ উত্তৰ বিচাৰি ৷— % &

-


11 FEB 2022 AT 20:24

ব্যস্ততাবোৰ শেষ হলেই নীসংগতাই আৱৰি ধৰে টোপনিও আজিকালি নলয়চোন আঁকোৱালি, অনুভৱবোৰ শেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্রশ্নবোৰৰ উত্তৰ বিচাৰি ৷

- নীল— % &

-


5 FEB 2022 AT 21:58

বিগলিত হৃদয়ৰ উচুঁপনি
শুনিছা নে কেতিয়াবা
য’ত মাথো নিৰন্তৰে
দুখৰ অশ্ৰু বয় ।
দিঠকৰ ঠিকনা পাইও
সপোন সাৱটিব লগা হ’লে
অবুজ মনত কিহৰ ধুমুহা বলে নিৰলে
কলিজাৰ চটফটনি কোনেনো বুজিব পাৰে ?
অব্যক্ত মনৰ ভাৱনাই
আজি খুলি খুলি খায়,
সময়ৰ প্ৰতি খোজে
অমাৱস্যাৰ আন্ধাৰহে বিয়পাই ।
তথাপিও ৰৈ আছো নেদেখা দুৰলৈ চাই,
কিজানিবা তুমি যোৱা বাটতেই
ফুলিছে প্ৰেমৰ খৰিকাজাঁই ।।


— % &

-


5 FEB 2022 AT 21:53

উজাগৰি নিশা কাৰে কথা
ৰিণিৰিণি সৌ দূৰ নিলগৰ সুৰটি
কৰ্ণৰ যেন ভিতৰে বুকু ভেদিছে
সপোন নে দিঠক,
মাতটিত যেন দেহ জীপাল পৰিছে
কোনো যেন দূৰ অতীতে ৰিঙিয়াই
কিছু আবেগ সৃষ্ট ঝংকাৰ,
পাহৰণিৰ গহ্বৰত যেন খুন্দিয়াইছে
কিযে এক মধুৰ আচ্ছাদন
নিদ্ৰা ভংগৰ কাৰণ জানোঁ তুমি??
নহয় টো!!!— % &

-


9 DEC 2020 AT 23:35

নিস্তব্ধতাৰ ক্ষণত....
এটি জোনাকী নিশা
বহি আছো অকলশৰে,
নিঃসংগতাৰ মূহুৰ্তত
মোলৈ বাৰে বাৰে চকু টিপিয়াইছে
মাথো সোণালী তৰাই,
ডাৱৰ গোমা আকাশৰ বিশালতাৰ
উজ্জ্বলি উঠিছে জোনটো
ব্যাকুল হৈছে কেৱল মোৰ মন,
সুঁ‌ৱৰিছো সেই শৈশৱৰ ৰঙীন স্মৃতিবোৰ
যিয়ে পলে পলে হাত বাউলি মাতিছে
মোক উভতি যাবলৈ.....।
নিষ্ঠুৰ..সঁ‌চাই নিষ্ঠুৰ এই সময়ৰ ঢৌ,
উটুৱাই নিয়ে মোৰ সোণালী শৈশৱক
আজি মন গৈছে উভতি যাবলৈ....

-


19 NOV 2020 AT 20:23

You can never love people as much as you can miss them

-


9 NOV 2020 AT 21:35

💝বন্ধুত্বৰ অৰ্থ💝
💝এখন ভাল হৃদয় যি💝
💝কেতিয়াও বেয়া নাপায় 💝

💝এটা মিঠা লগা হাঁহি যি💝
💝কেতিয়াও সেমেকা হৈ নাযায় 💝

💝এটা ভৰষা যি💝
💝কেতিয়াও দুখ নিদিয়ে 💝
💝আৰু এটা সম্পৰ্ক 💝
💝যিটো হেষ নহয় 💝

-


Fetching Nilim Akash Koushik Quotes