যিমান আপোন হ'লেও নিজৰ দূৰ্বলতাসমূহ প্ৰকাশ কৰিব নালাগে ।
-
5 March 🎂
Day dreamer💐
Silent lover
nature lover🌿
fond of tranquil... read more
এসোপা মান গালি দি, খং কৰি , মূহুৰ্ততে মৰমেৰে আকোঁৱালি লোৱা জনীয়ে হ'ল মোৰ "মা "...... যাৰ মৰমবোৰ সাগৰৰ ক্লান্তিহীন ঢৌৰ দৰে ...
-
জীৱনৰ উপভোগ কৰিবলগীয়া সময়খিনিতে দুখবোৰে আহি টুকুৰিয়াই থৈ যায় ।
-
সকলো আপোন মানুহ কাষৰতে থাকে যদিও নিশাৰ আকাশৰ তৰাৰ মাজত থকা কোনোবা আপোন এজনলৈ বৰ মনত পৰে । যিয়ে নেকি মোক বুজি পাব ।।
-
নিশাৰ আকাশখন মোৰ বৰ প্ৰিয় , দিনৰ কোলাহলবোৰ আঁতৰি শান্তিৰ চেঁচা বা এছাটি বলে । ক'ৰবাত জিলিৰ ছিঁ ছিঁয়নি , আৰু দুই এজনী জোনাকীয়ে পোহৰৰ বাট দেখুৱাই গুচি যায় । আকাশত কেতিয়াবা জোনবাইৰ সৈতে অলেখ চিকি মিকি তৰা , কেতিয়াবা গোমা চকা মকা ডাৱৰৰ খেলা । ....... ..... .. কেতিয়াবা ঘোপমৰা আন্ধাৰ , কেতিয়াবা জোনাক ঠিক আমাৰ জীৱনৰ সুখ আৰু দুখবোৰৰ দৰেই । এই নিশাবোৰতে ম্মৃতিবোৰেও আমনি কৰেহি ,বিষাদবোৰ সিঁচি যাই, দুপাখি মেলি হেঁপাহবোৰো উৰা মাৰে দূৰ দিগন্তলৈ .... ।
।-
বাধা , সমস্যা , হতাশাই
সহজে ঠাই বিচাৰি নাপাব । সমালোচনা কৰাসকল যন্ত্ৰণাত ছাটি ফুটি পৰিব । তোমাৰ হাঁহি তোমাৰেই সাহস ,
ধ্যান ৰাখিবা কেৱল তোমাৰ কামত ।।-
তোমাৰ মনটো গোমা আকাশৰ দৰে কৰি নেপেলাবা ,
মোৰ মনৰ ফৰকাল বোৰো ক'ৰবাট হেৰাই যায় ।-