এটুকুৰা কাগজৰ দৰদ হৈ
ওলমি ৰ'লো কোনোবা জেপত,
তোমাৰ চিঠিখনে ঠিকনা হেৰুৱালে।
তুমি আকৌ মোক মেঘৰ কথা সোধা!
মাৰফৎ : সোঁৱৰণি-
কবিতা? ওহোঁ সেইবোৰো নহয়,
এন্ধাৰৰ জাবৰ বাচি, অলপ পোহৰ বিচাৰো!
নিৰ্জনতা প্ৰিয়
... read more
क्या ' अंदाज' से एक 'कोहिनूर'
'दुनिया' के 'मेला' से चला गया!
ये उसकी 'शक्ति' थी
की वो 'देवदास' होकर
'दास्तान ' को 'अमर' कर
गया।
अब 'फ़िर कब मिलोगी'!-
এটা অজুহাত পালে মই গুচি যাব পাৰোঁ , যেনি মন যায় , তােমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুচি যাম , যি কোনাে অজুহাত পালে , মুক্ত কৰি প্ৰতিভাৰ পথ , নির্জনতা নির্ভৰ ছায়াৰ সুখ্যাতিত এই যে তােমাৰ এই উপস্থিতি অসম্ভৱ অনুবাদ তাৰ , জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম , হাতত সাৰে ভৰিত সাৰে !
( কোনােবা হাস্নাহানা ৰাতি ) -হীৰেন ভট্টাচার্য ( ১৯৭৫ )-
তুমি ফাগুনৰ পছোৱা জাকৰ দৰেই
আছিলা,
সৰাপাতৰ দৰেই
উৰুৱাই নিলা।
মইহে মাথো তোমাক উশাহত সামৰি লৈছিলো।
-
বিছনাখনত আইতা কাষত আছে নে নাই চাবলৈ বাগৰ দিওঁতেও 'তেজৰে কমলাপতি পৰভাতে নিন্দ' ৰ সুৰ আহি মন ভৰায় পেলাইছিল। ৭.৩০ মান বজাত 'জিলিকাব লুইতৰে পাৰ' সমুখৰ বাতিটোত ধুৱাই থকা ৰঙা চাহ আৰু খলা চাপৰি পিঠা দুখন , মন মগজুত "কেনেবাকৈ ভাইটিৰ ভাগত বেছি পৰিল নেকি বাৰু!!" 'আঞ্চলিক বাতৰি' অৰ্থাৎ স্কুললৈ দৌৰিবলৈ হ'ল! কাৰ বাৰীৰে পোনালে কিমান তেতেলি, জামুক, জেতুলি পকা বিচাৰি পাম। ' অকণিৰ মেল ' মানে আমাৰ ডাঙৰ মিটিং! সন্ধিয়া বাদ পৰি নগৈছিল 'কৃষি দৰ্শন ', মৰমৰ চিন হিচাপে কাণচেপা কেইটাও!' গীতিমালিকা' সুৰ তাল কি হৈছিল নাজানো, কিন্তু বিচনা কাপোৰ ;তুলি ঠিক মতেই ভাঁজ লাগিছিল। আকৌ মৰমৰ চুমা! 'নাটক'ৰ চৰিত্ৰবোৰো আমিয়েই আছিলো। 'মূৰ্চনা' ৰ পৰা 'এইয়া নিশাৰ বাতৰি পঢ়িছো.....' । 'মা আমি শদিয়ালৈ যামেই' ৰ পৰা দিহা নামলৈকে, 'বতৰৰ বতৰা' 'অনুৰোধৰ গীত' লৈ, আকাশবাণীয়ে কি দিয়া নাই অমাক। সকলোয়ে হয়তো এনে এক নষ্টালজিয়া কঢ়িয়াই ফুৰে বুকুত।
-
रेत पर नाम कभी लिखते नहीं ,
रेत पर नाम टिकते नहीं ,
लोग कहते है कि हम पत्थर दिल हैं ,
लेकिन पत्थरों पर लिखे नाम कभी मिटते नहीं ।-
অনাখৰী আখৰৰ নীলাৰঙবোৰ সামৰি তুমি কিমান যে দিলা খবৰ ডাঁৰৰ!
তোমালৈ ৰোৱাৰ হেঁপাহ
সুকীয়া আছিল
আজিও যে মোৰ বাবে তুমি
এটি সাঁথৰ মৰমৰ।-
पास आए तो नशा हैं
दूर जाए तो फिटुर!
शाम जैसा वो हमनशी
दुबाके जाते हमे हर रोज।
-
हम गम छुपाते गए
वो इश्क दबाते गए!
शुरुआत में इतनी ख़फ़ा तो नहीं थी!
अब फिर क्यों ये उलझन हैं।-
तुझे पाने की कोई चाहत
नहीं,
फिर भी खोने का डर!
शायद इसे इश्क कहते हैं,
या फिर मेरा ही भ्रम।
-