Nabamallika Phukan   (Nabamallika)
59 Followers · 37 Following

অসমীয়া
Crazy girl
Indian
Love to write
💕💕💕
Joined 21 July 2018


অসমীয়া
Crazy girl
Indian
Love to write
💕💕💕
Joined 21 July 2018
3 DEC 2022 AT 21:14

যদিও তোমাৰ হৃদয়ত
মোৰ নাম‌ নিষিদ্ধ
তথাপি হৈ থাকিব
মোৰ হৃদয়ত
সদায়ে আৱদ্ধ

-


14 NOV 2021 AT 12:14

Paid Content

-


9 OCT 2021 AT 20:29

Paid Content

-


1 SEP 2021 AT 20:49

Paid Content

-


30 JUL 2021 AT 22:51

Paid Content

-


28 JUN 2021 AT 21:21

প্ৰিয়জন♥️
কাজিয়া লাগিলেও এৰি নোযোৱাজন...
আৰু
ব্যস্ততাৰ মাজতো খবৰ লোৱাজন...

-


16 JUN 2021 AT 20:20

মইয়ো ব্যস্ত আছিলো এসময়ত
ফোনটো নাপালেওঁ , ধৰা পৰাৰ ভয়তো লুকাই চুৰকৈ হ'লেও তোমাৰ মাত এবাৰ শুনিবলৈ পাগলৰ দৰে হৈ গৈছিলোঁ
কিন্তু সেই ব্যস্ততাবোৰৰ মাজত তুমি হেৰাই যোৱা নাছিলা কোনোদিন...

-


9 MAY 2021 AT 17:01

বৃদ্ধাশ্ৰমত থোৱাৰ আগত,
কোনো‌ নাৰীক ধৰ্ষণ কৰাৰ আগত
মাতৃ দিৱসৰ তাৎপৰ্য্য অনুধাৱন কৰক।
পৃথিৱীৰ প্ৰত্যেকগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ....♥️

-


6 MAR 2021 AT 23:49


ফাগুনঃ তিনিটি আখৰৰ
                 এটি ব্যঞ্জনাত্মক শব্দ
                  আৰু সৰাপাতৰ বিননি....
এইয়াই প্রথমজাক ফাগুন, য'ত পলাশৰ ৰঙত ৰাঙলী নহয় মন। নাহৰৰ দেশত বৃষ্টিৰ প্লাৱনে বুকুত নোতোলে দেখোন জোৱাৰ। সোনোৱালী অতীতৰ ৰূপোৱালী উজানে বুকুত দুখৰ পাহাৰখন উফন্দাই তোলে। জুইফুলবোৰো ফুলে আৰু বেছি ৰঙাকে....উদযাপিত হয়  যন্ত্রনাৰেই কেৱল নিলাভ উৎসৱ....
              জীৱনে উপহাস কৰে বাৰে বাৰে, নিসংগতাৰ শেতেলিত তোলৈ বৰকৈ মনত পৰে আই! ঘুৰাই দে মোৰ ল'ৰালি, তোৰ পিয়াহত মুখ থৈ আকৌ শুনো এবাৰ....
           আমাৰে মইনা শুৱ এ......
            বাৰীতে বগৰী ৰুৱ এ......
             
                                            ✒নৱমল্লিকা ফুকন

-


28 OCT 2020 AT 18:10

নিসংগতাবোৰ একান্ত ব্যক্তিগত
কোনোবাই অকলে থাকি নিসংগ
আৰু কোনোবাই লগতে থাকি...

-


Fetching Nabamallika Phukan Quotes