Mukti Borboruah   (✍️মুক্তি)
358 Followers · 712 Following

read more
Joined 12 November 2019


read more
Joined 12 November 2019
21 JUL AT 20:30

আহাচোন আহা , অভিমানবোৰ সামৰা , সম্পৰ্কত মেলিছে ফাট ....
মায়াময জীৱনত, আবেগৰ বাসনাৰে মৰমৰে বোলোৱা হাত ....

-


15 JUL AT 4:08

এনেকৈ ৰ' লাগি নাচাবা চোন মোক ....
আমিটো ছিংগুল মানুহ চাই থাকিলে প্ৰেম হৈ যাব পাৰে ....

-


14 JUL AT 19:28

সম্পৰ্ক কথা নো কি কম ...
তাই দেখো আজিকালি মোৰ একো খবৰ নাৰাখেয়ে....
যিজনে মোক এদিন কৈছিল ...
"তোমাক পালে মোক আৰু একো নালাগে ...."

-


13 JUL AT 21:28

শব্দৰ অভাবত বহু কথাই কোৱা ন'হল তোমাক....
লিখা ন'হল বহুত কাহিনী.... আমাৰ ...

অভিমান শেষ হ'লে phon বা msg কৰিৱাছোন.....
শেষ হ'ৱ ধৰা সম্পৰ্কটো কথা পাতিম ....

মাইউ...
ভাললে আছা নহয় তুমি ?

এই য়ে দেখিছা...
কাঠপেঞ্চিল দালৰ টুকুৰা খিনি
যদি বিচাৰা ন এই টুকুৰা বিলাক বহুত ধুনীয়াকে
সজাৱ পাৰি ....

-


27 JUN AT 20:57

// আকুল হৃদয়ৰ....
শোণিতময়ী মৰমৰ বাটত
ৰৈ থাকিম .....
পিছে তুমি কি হৈ আহিৱা 
মোৰ ভালপোৱাৰ সাৰথি হৈ ,
মোৰ নামত তোমাৰ শিৰৰ সেন্দুৰ হৈ ....//

-


23 JUN AT 11:23

মোৰ দামী ফোন নাই
stutes লগাবলে ....
মোৰ গাড়ীও নাই
তোমাক ফুৰাবলে ...
কি নো দিম তোমাক ...
মাথো দুটা লাইন ....
অভিমানবোৰ সামৰি মৰমবোৰ ল'বা
কলিজাৰ টুকুৰা হৈ বুকুতে ৰৱা
কওঁ-নকওঁকৈ ৰাখি থোৱা কথাবোৰ মোকেই কোৱা ...
আবেগে এবাৰ আকোৱালি লোৱা .....

-


19 JUN AT 6:44

এটা কথা কওঁ .....
পাৰিলে ৰাখিৱা 😕
ন-কইনা সাজত মইটো নেদেখিম .....😍
পাৰিলে ফটো একপিকে দিৱা 😌😌

কল্পনাপ্ৰবন মনটোবে অযুত ভাবে
বাস্তৱত হাঁহি এটাই মই সন্তুষ্ট.....😊😊

আকৌ কওঁ ....
পাৰিলে এবাৰ ঘুৰি চাৱা ....
শূণ্যতাৰ পৃথিবীত
কন্দুবাই নেমাৰিৱা ....

-


26 MAR AT 21:35

শুনিছা তুমি ... মাইউ ...❤️❤️
তুমিয়ে মোৰ প্ৰতিটো কবিতাৰ শিৰোনাম 😊
প্ৰতিটো কবিতাতেই তুমি ...😘😚
তোমাকটো মই মনে প্ৰাণে ভালপাঁও ❤️❤️
অথচ কাষত বিছাৰিলে😔
তোমাক কাষত নেপাঁও...💔

-


25 MAR AT 22:16

শুনাচোন মাইউ , মোৰ বিষাদৰ বিননি ...
তুমি আকৌ , মোক বিষাদসিক্ত বুলি ইতিকিং নকৰিৱা...
এসময়ত মোৰো আছিল
প্ৰেমৰ আবিৰত জীবন বোলাই দিয়া স্বপ্ন
প্ৰেম সাগৰত মৰমৰ পাপৰিত চুমি থকা কল্প....

-


23 JAN AT 20:10

এই ৰাস্তাযে গৈ থাকিলে
তোমাক ল'গ পাম...
কিমান দূৰ যাব লাগিব
তাক মই নেজানো ...
কিন্তুো কোনো অভিযোগ নাই
মাথো তোমাক লগ পালেই হব ...

-


Fetching Mukti Borboruah Quotes