আপোনাৰ উপস্থিতি মই কামনা নকৰোঁ
কিন্তু কেতিয়াবা আপোনাৰ অনুপস্থিও মোক ভিতৰি শেষ কৰি পেলাই.......-
হাঁচতিৰ হাঁহিৰ ভঁৰালৰ সকলো সদস্য সদস্যা লৈ আন্তৰিক শ্ৰদ্ধা জনালো, লগতে আজিৰ দিনটো সকলোৰে বাবে শুভ হওঁক। আজি আমি সকলোৱে ন- পুৰণি সদস্য সকলৰ লগত চিনাকি হওঁ । সকলোৱে নিজৰ ফটো এখন ঠিকনা সহ মন্তব্য বাকচত দিওঁ আহক । সকলোৱে সহযোগিতা কৰে যেন । সময় এতিয়াৰ পৰা ৰাতি ৯ বজা লৈকে ।
ধন্যবাদ,
জয়তু হাঁচতিৰ হাঁহিৰ ভঁৰাল ।-
আজিৰ বৰ্ণ শিতানত ক" খ" বৰ্ণৰ লগত ই' কাৰ লগাই শব্দ গঠন ।
যেনে :-১| কি- কিতাপ, কিৰিলি,
২| খি- খিচিৰি, খিৰিকী,-
নমস্কাৰ, মই কল্পনা শৰ্মাই অসমীয়া নৱবৰ্ষৰ প্ৰথম খন প্ৰতিযোগিতালৈ স্বাগতম জনাইছো ।সকলোলৈ বিনম্ৰ অনুৰোধ শিতানটোত সহযোগিতা আগবঢ়াই সফল কৰি তুলিব ।
বিষয় :- ৰঙালী বিহুৰ লগত সংগতি ৰাখি বা অসমীয়া পৰম্পৰা গত সাজপোচাক পৰিধান কৰি একক বা আত্মীয়ৰ লগত তোলা ফটোৰ প্ৰতিযোগিতা ৩ জন পুৰুষ আৰু ৩ গৰাকী মহিলাৰ পুৰস্কাৰৰ সৈতে অনুস্থিত কৰা হৈছে ।
বৃহস্পতি বাৰ
১৫ এপ্ৰিল দিনৰ ১২
বজাৰ পৰা ৰাতি ৯ বজা লৈকে ।
পৰিচালনা সমিতি
হাঁচতিৰ হাঁহিৰ ভঁৰাল ।-
গগনা আৰণি গগনা পুৰণি ঐ গগনা কিহেৰে বাই, দুফালে দুচতি মাজতে এচতি ঐ মুগা সুতাই লগায়ে বাই ।
এতিয়া প্ৰশ্ন হ'ল, গগনা কেই প্ৰকাৰৰ আৰু কি কি ?-
আজিৰ ব্যাকৰণ শিতানত
প- যোগ শব্দ আৰু ঠ- যোগ শব্দ গঠন
যেনে :-
প- যোগ শব্দ :- শিল্পী, প্ৰকল্প
ঠ- যোগ শব্দ :- কণ্ঠ, প্ৰতিষ্ঠা-
পুৱাৰ প্ৰীতি সম্ভাষণ জনাই মাত্ৰ আজিৰ বাবে এটি শিতান আগবঢ়াইছো,আপোনাক কোনটো গুনে নিজকে আনন্দ দিয়ে, আহকচোন কমেন্ট বক্সত খন্তেক সময় উলিয়াই সকলোৱে লিখো ।
মই সমাজখনৰ কাৰণে কৰ্ম কৰি ভাল পাওঁ আৰু সমাজৰ কাৰণে কৰ্ম কৰা মানুহক শ্ৰদ্ধা কৰো ।-
আজিৰ বৰ্ণ শিতানত ক্ষ' ড়' ঢ়' আৰু য়' বৰ্ণৰ লগত আ
কাৰ লগাই শব্দ গঠন ।
"ক্ষা "ড়া" ঢ়া" য়া"
যেনে :-
১| ৰক্ষা , পৰীক্ষা
২| খুড়া , বড়া
৩| পঢ়া, গঢ়া
৪| শিয়াল , জয়া-
মই প্ৰতিটো পুৱা এমোকোৰা হাঁহি লৈ সাৰ পাব খোজো । মোৰ বাবে লৈ অহা প্ৰতিটো সুযোগৰ বাবে ৰাতি পুৱাক মই শ্ৰদ্ধা নিবেদন কৰিব খোজো । এই পৰিচ্ছন্ন নিকা মনেৰে মই প্ৰতিটো কামতে হাত দিব খোজো যি উদ্দেশ্য লৈ মই তাক পুৱাতেই মনলৈ আনিব খোজো । দিনটোত প্ৰতি গৰাকী সতীৰ্থক মই লগ পাব খোজো এমুখ হাঁহিৰে আৰু প্ৰবিত্ৰ হৃদয়ৰে সমূহ হাঁচতিৰ হাঁহিৰ ভঁৰালৰ প্ৰিয় সতীৰ্থবৃন্দলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
-
জাননী
শ্ৰদ্ধাৰ হাঁচতিৰ হাঁহিৰ ভঁৰালৰ সতীৰ্থ সকল ,হাঁচতিৰ হাঁহিৰ ভঁৰালৰ তৰফৰ পৰা ২০২১ অৰ গেটটোগেদাৰৰ বাবে আগ্ৰহী গ্ৰুপৰ আপোন সতীৰ্থ সকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আগন্তুক জানুৱাৰী মাহত আমি সকলো ন-পুৰণি সতীৰ্থ গুৱাহাটীৰ এঠাইত মিলিত হ'ম । প্ৰথমে সকলোৰে সুবিধা হোৱাকৈ স্থান নিৰ্বাচন কৰি তাৰিখ আৰু মাননী জনাম, লগতে আপোনা সবৰ মতামত বিচৰা হ'ল ।
ধন্যবাদ-