A true relationship is two unperfect people refusing to give up on each other.
-
জীৱনৰ পৰ্ববোৰ খুবে কঠিন,
কোনোবাই জীয়াই থাকে জীৱনৰ সন্ধান বিছাৰি,
কোনোবাই সন্ধান হীন হৈ ত্যাগ কৰে জীৱন।
-
Sometimes he wants to die,
No one notices his sadness....
And may be,
That's why he wants to leave.....!!!!-
Not everyone deserves to know the real you.
Let them criticize
who they think you are!!!!-
হয় মই স্বাৰ্থপৰ,
মই অলপ বেছি স্বাভিমানী, আনৰ অহংকাৰত ফুটি দম্ভালি অহা কথাবোৰ সহ্য কৰিব নোৱাৰোঁ।
হয় মই স্বাৰ্থপৰ,
মই কাৰো পছন্দৰ হব পৰা নাই, মই কেবল মোৰ নিজৰ পছন্দৰহে তথাপিও মোৰ অন্তৰাত্মাই সন্মান কৰে মোৰ এই স্বাভিমানক।
হয় মই স্বাৰ্থপৰ,
মই কষ্টৰ মাত্রাবোৰ সহ্য কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিছো।
হয় মই স্বাৰ্থপৰ,
মই বাস্তবতাৰ মুখামুখি হৈ বুজিব পাৰিছো জীৱনটোৰ কঠিনতাবোৰ ।
হয় মই স্বাৰ্থপৰ,
মই কেতিয়াও নাচালোঁ নিজৰ স্বাৰ্থ সেয়াহে মই সকলো ক্ষেত্ৰতে ব্যর্থ।
হয় মই স্বাৰ্থপৰ,
কেবল তোমাৰ চকুতহে হৈছোঁ নিজৰ চকুত নহয়।-
Stethoscope and white Coat
is one of the most
expensive jewellery & cloth ever
Because
It will cost you your youth.-
Fuck all fucking fuckers before the fucking fuckers fucks you.
-
Love her who writes
Dwells her many lives,
You're yet to find her
In the words of guise.
Kiss her blue inked fingers
Forgive those pens who marked,
The strain of your lips upon her
The one she can't discard.
Forget all the tattered memories
The pages others took,
You'll be her ever after
The HERO of her book.
-