MK DAS   (XOBDASTRO)
0 Followers 0 Following

Joined 4 June 2023


Joined 4 June 2023
23 MAY AT 20:54

চেষ্টা কৰিছেনে কোনোবাই ?

স্বাৰ্থহীন বীজবোৰ সিচিবলে

সেই সময়ে সৃষ্টি কৰা

এজনী বেশ্যাৰ হৃদয়ত ।

-


16 MAY AT 21:11


অথবা

এজনী বেশ্যা নাৰীৰ মনৰ

কোনোবা কোণত কেতিয়াবা

প্ৰেমৰ বীজ অংকুৰণ হৈছেনে ?

-


14 MAY AT 19:02

Paid Content

-


17 JAN AT 23:49

ব্যস্ত চহৰ

-


11 AUG 2023 AT 23:26

ক্ষুদ্ৰ কণিকা মই এই ব্যস্ত চহৰৰ,
অসাধাৰণ মানুহ
সাধাৰণ পোছাকযোৰৰ ।‌
- xobdastro

-


Seems MK DAS has not written any more Quotes.

Explore More Writers