গছ এজোপাত যেতিয়া
গছৰ পাতবোৰৰ প্ৰয়োজন
শেষ হৈ যায়,অৰ্থাৎ গছৰ
পাতবোৰ শুকাই যায়।তেতিয়া
গছজোপাই পাতবোৰ নিজৰ
শৰীৰৰ পৰা আতঁৰাই পেলোৱা
দেখা যায় অৰ্থাৎ গছৰ পাতবোৰ
সৰি যায়।
থিক তেনেদৰেই যেতিয়া
কোনো এজন ব্যক্তিৰ বাবে
আমাৰ প্ৰয়োজন শেষ হৈ যায়,
তেতিয়া ব্যক্তিজনে আমাক কৰা
ব্যবহাৰ আৰু কথা কোৱাৰ
ধৰণ সলনি হৈ যায়।
আচলতে প্ৰয়োজন শেষ
মানে সকলো শেষ।-
꧁মিছেচ কথাচহকী꧂
꧁wlcm2 my Instagram꧂
☟︎︎︎☟︎︎︎☟︎︎︎
@_nirobotar_bhashare_official
@_mis... read more
ফুলক ৰঙীন কৰিবলৈ গৈ পখিলাই নিজৰ পাখিৰ ৰংবোৰ ফুলত সানি ভাল পায়।
শীতৰ সেমেকা অনুভৱবোৰৰ দৰেই জীপাল ই।
"এক কথাত ইয়ো এক প্ৰেমেই।"-
মৃত্যু হৈ যোৱা জন পুণৰ জীৱিত হোৱা হ'লে ক'লেহেতেঁন অসাধাৰণ কষ্ট বোৰতকৈ মৃত্যুয়েই শ্ৰেয়!!
-
কলা ডাৱৰেই ভাল,শুকুলা ডাৱৰে জটিলতা আনে!!
তুমি কি বুজিবা....?
হেপাঁহ আৰু সপোনবোৰৰ কথা।-
কবিতাবোৰ প্ৰাণৰ হওঁক ,মৰমবোৰ আমাৰ হওঁক....
প্ৰিয় প্ৰিয় আপোনতাৰ,ভড়াল হওক..
বাকী সম্পৰ্ক চিৰযুগমীয়া হওঁক!!
▼・ᴥ・▼-
আগবাঢ়ো নাবাঢ়োকৈ
দিয়া আজিৰ এই
খোজকেইটাওঁ অসাৰ,
এই যেন আৰু এখোজ
আগবাঢ়িলেই পিছলি
পৰিম আৰু কাষৰত
আহি ধৰি ৰাখিবলৈও
কোনো নাথাকিব!-
কবিতাবোৰ প্ৰাণৰ হওঁক...মৰমবোৰ আমাৰ হওঁক....
প্ৰিয় প্ৰিয় আপোনতাৰ ভড়াল হওক..
বাকী সম্পৰ্ক চিৰযুগমীয়া হওঁক আজীৱনলৈ!!-
🔶তুমি যদি খং কৰা মোৰ
প্ৰশ্নৰ উত্তৰ কোনে দিব?
যদি...আপোন হৈ...
অজানিতে হেৰাই যোৱা
মোৰ আপোন সপোন
কোন হ'ব?-