I Don't Wanna Say Goodbye
I don't wanna say goodbye
At midnight I'm looking at the moon through the window
As like a statue
The moon is shining today
A new journey has started from today
I always used to see from afar
i didn't say goodbye
i know he's always with us
he will always be in our heart
I don't wanna say goodbye..
- Mayurtrishna Ojah-
I want to smile
I want to laugh
like how others laugh
always free, calm mind
hanging out, having fun with friends
Evening Coffee at a special Cafe
Ah what a life!
I want to sit in a peaceful place
And staring at the moon
where no one will interfere
only my soul will connect with the nature!
- Mayurtrishna Ojah
-
মোৰ হৃদয়
মোৰ হৃদয় এখনি উকা কাগজৰ দৰে
শুকান তপ্ত মৰুভূমিৰ দৰে
হৃদয়ংগম কৰি চালে গ'ম পাবা
মোৰ হৃদয়, অবিৰল
বৈ থকা জলপ্ৰপাতৰ দৰে।
পুৱা জীৱনৰ সাতোটা ৰং নিতৌ
সূৰুযৰ পোহৰে দিয়াৰ আশাত
উজাগৰি নিশা কটাই দিওঁ
কাইলৈ বাট চাই চাই
ভাগৰি পৰিল মোৰ তপ্ত হৃদয়!
পূৰ্ণিমাৰ জোনাকেও আজিকালি
মোক পোহৰ নিদিয়া হ'ল
অকলশৰীয়া পথটিৰে জীৱনৰ
এন্ধাৰত খোজ দিবলৈ ভয় হ'ল।
মোৰ হৃদয় এখনি উকা কাগজৰ দৰে
শুকান তপ্ত মৰুভূমিৰ দৰে।
- ময়ূৰতৃষ্ণা ওজা
-
যেতিয়াই আপোনাৰ মনৰ পৰা Birthday ৰ বাবে একো Excitement নোহোৱা হ'ব,
গ'ম পাব যে U are getting old
My dear !-
FOUR YEARS STILL WAITING BLINDLY
OR MAY BE SHE KNOW NOW
HOW TO CONTROL THE MICROBES
(EMOTIONS)
HER LIMBIC SYSTEM NOW MORE STRONG
TO TREAT THE MICROBES
(EMOTIONS)
SOMETIMES THE MICROBES INVADE
THE DIFFERENT PARTS OF THE CELL
BUT AS WELL AS HER IMMUNE SYSTEM
ALSO STRONG NOW-
মোৰ ধাৰণাত,
কাল্পনিক সত্যহীনবোৰ স্পষ্টতাৰে লিখিবলৈ খুবেই ভাল!
তেনেদৰে জীৱনৰ সত্যতাবোৰ প্ৰকাশ কৰিবলৈ খুবেই জটিল।
In my opinion,
Writing a fictional truth is easy!
It is very difficult to uncover the truth of life in the same way.-
এখন উকা কাগজৰ পৃষ্ঠাত
এতিয়াও সপোনৰ ছবিখন অংকিত,
জানানে! কাগজৰ পৃষ্ঠাবোৰ
মলিন,ভাজলগা হৈ পৰিছে,
পিছে মোৰ সপোনৰ ছবিখন
মলিন হ'বলৈ নিদিও!
সুন্দৰকৈ সজাই
নতুন সপোন ৰচিম।
ভিন্ন ৰঙৰ সংমিশ্ৰণেৰে
সপোনৰ ছবিখন পূৰ্ণ কৰিম।
✍️ ময়ূৰতৃষ্ণা ওজা
-
গায়ক হোৱা সহজ নহয়!
গায়ক হোৱা সহজ নহয়!
ভিৰৰ মাজত নিজৰ উশাহক
ধৰি ৰাখিব পৰাটো সহজ নহয়!
গায়কে গান গায় যায়,
আৰু শ্ৰোতাৰ মন ভৰি যায়
শ্ৰোতাই যাৰ কণ্ঠতে
গায়কৰ পৰিচয় পায়,
তেওঁৰ গানে সকলো ভাষা
বৰ্ণনা কৰি যায়,
তেওঁৰ গানে মন মুগ্ধ কৰি যায়।
গায়ক হোৱা সহজ নহয়!
গানেৰে তেওঁৰ আৰম্ভনি
গান গায় জীৱনক বিদায় দি যায়।
-
Obviously we know that our pain will get heal after a few days,
And it's natural!
But still we get emotional,
we can't even smile
We try as much as possible!
just because it's our human nature
we can't resist things
sometimes we are euphoric
Sometimes we are depressed.
And it's natural!-
The safest place in the world is only in our mother's womb and after birth in our mother's chest.
We can't replace her place with others.
-