It is difficult to motivate lazy people..
It wont serve any better than making you pissed off and unproductive for a while...
-
NatureLover
Poet(?)
Photographer
Wanderer
PetDad
MadM... read more
ধৰি ললোঁ আপোনাৰ ঘৰৰ ওচৰৰ প্ৰায় প্ৰতিজন মানুহেই নিজৰ নিজৰ ঘৈনিয়েকক ৰাতি মদ খাই মাৰ পিট কৰে, এতিয়া সেই নিৰ্য্যাতিত মহিলা কেইগৰাকী আপুনি মানৱীয়তাৰ খাতিৰত নিজৰ ঘৰত ৰখিবনে সম্পূৰ্ণ ভৰণ পোষণৰ দায়িত্ব লৈ। নে সমাজত মেল পাতি বিচাৰ তৰিব বা কথাটো সংলিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব যাতে ঘটনাটোৰ উচিত বিচাৰ হয় আৰু মহিলা কেইগৰাকীয়ে উচিত ন্যায় পাব পাৰে।
ধৰি ললো আপুনি অতি মানৱ দৰদী,
কেইবছৰমান আগতে পৰিয়ালবৰ্গক যেনে তেনে বুজাই বঢ়াই আপুনি কিছুমান কাম কৰি ইতিমধ্যে বহু হানি বিঘিনি ঘটাই থৈছে তথাপিও আপুনি মহিলা কেইগৰাকী আপোনাৰ ঘৰলৈকে লৈ অনাৰ সিদ্ধান্ত ললে, আপোনাৰ পত্নীয়ে তথা পৰিয়ালবৰ্গই মানি লবনে?
শুদাই এৰিবনে আপোনাক?
বি:দ্ৰ:- এই পোষ্ট টোৰ লগত CABৰ কোনো সম্পৰ্ক নাই।-
हम क्या करें
अगर तुम्हे पसंद नहीं
हमारी यह अदा
हम तो एक पल के शायर हैं
दुषरे ही पल हैं बेज़ुबा
✒️मानस ज्योति
-
••সোৱৰণী••
✒️মানস জ্যোতি শইকীয়া
তুমি নাই
মোৰ সোৱৰণীৰ
হালধীয়া স্নেপশ্বতত
বিষাক্ত বিচ্ছেদৰ
বিক্ষিপ্ত আৱেগে
আমনি কৰিছে আজি ।
তুমিহীনতাত বাট হেৰুৱাই
ভগ্নতাত সেউজীয়াৰ সন্ধান
সুখৰ মাজত এতিয়া
পুনৰ এবাৰ নিজকে পোবলৈ
অবিৰত অনুসন্ধান ।
-
••তুমিহীনতা••
✒️ মানস জ্যোতি শইকীয়া
তুমিহীনতাত হেৰাইছো মই,
জীয়াই থাকিব পৰা নাই..
মোৰ উশাহৰ বিপৰীতে নেদেখি তোমাৰ নাম।
কি দৰে কও
এই ভালপোৱাৰ সেউজীয়া ঋতুত
তুমি নাই
তোমাৰ উদাস প্ৰেমিকৰ
ভগ্ন বুকুত ।
-
°°এখন প্ৰেমৰ চিঠি°°
তুমি
সেউজীয়াৰ সিপাৰৰ এজাক ধুমুহা।
মোৰ বিষাদৰ ৰাতিত
তুমিয়েই জোনাক
তুমিয়েই মোৰ আকাশ দেখা চালেৰে সোমাই অহা
মাজনিশাৰ সেমেকা হেঁপাহ।
তুমি আছা বাবেই..
তুমি আছা বাবেই কলিজাৰ কঁপনিত
জীয়াই আছে আৱেগ।
তুমি আছা বাবেই
এঙেৰুৱা দেহৰ প্ৰতিডাল শিৰাত বৈছে ভালপোৱা।
নিজানে পাৰ হয় সময়
শেষ নহয় কবিতা
কাপেৰে শব্দ নিগৰে
শব্দত নিগৰে হৃদয়
জীৱনৰ এটা পৃষ্ঠা
ভাঁজ কৰি পুনৰ গুজি দিছো
নীলা খাম এটাত ।
"আশা কৰো কুশলে আছা.."
বৈ থাকিবা মোৰ বুকুলৈ
প্ৰতি দিনা প্ৰতি লহমা..
তোমাৰ স্পন্দনতে মোৰ স্পন্দন এৰি
দূৰত্বৰ বিৰহ নেওচি
লিখি যাম মই
ভালপোৱাৰ ভিবগ্যয়ৰ মালিতা ।
-
জীৱনহীনতাত এতিয়া বিচৰণ কৰে
জীৱনে...
বহু বিদ্ৰোহী বিষাদৰ আন্ধাৰে
একো নেদেখাকৈ ছানি ধৰিছে
হাঁহিবোৰ...
আৰু মই জীয়াই আছোঁ
অভিমানী অতীতৰ ইতিহাসত
বাৰে বাৰে নিজকে বিচাৰি।-
I dont need a tomorrow to live
I just want to live today
Breathe the breeze in
Smile like never before
Again when the darkness is over,
I just wanna repeat what i did the day before..-
I have no real reasons..
But I LOVE YOU!
That's what makes it better..
When you don't have to look for a reason,
And still love unconditionally without one!!-