Maan Borah   (Island Warrior)
24 Followers · 2 Following

#Majuli

Facebook - Island Warrior
Instagram - island warrior
Joined 23 June 2019


#Majuli

Facebook - Island Warrior
Instagram - island warrior
Joined 23 June 2019
4 DEC 2021 AT 19:00

এতিয়া 24×7 কৰো Hustle No 9 T0 5
এতিয়া মইয়েই বৰ্তমান মইয়েই ভবিষ্যত
Coz this is my life

-


11 SEP 2021 AT 2:04

কাহিনী

কিছুমান কাহিনী শেষ হোৱাৰ পাছতো চলি থাকে

চব কাহিনী দীঘল নহয় কিছুমান কাহিনী ডাঙৰো হয়‌ |

-


2 SEP 2021 AT 10:03

"চৰকাৰ হল সলনি পথত পৰিবৰ্তন ,
এতিয়াও খহনীয়াত আইৰ বুকুখন ,
তথাপিও থাকো হাঁহি বুকুত সাহস অগণন,
এটাই পৰিয়াল একত্ৰিত জনগন"
#stay_strong_majuli

-


14 MAY 2021 AT 1:54

Eid Mubarak everyone

-


15 APR 2021 AT 14:14

সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে

ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন
কৰিলো

জয় আই অসম 🇮🇳

-


5 MAR 2021 AT 2:49

"জীৱন যেন চিটি বাছ যায় প্ৰতিটো ষ্টেন্দত মাৰি মাৰি ,

দুখ বোৰ আহে আৰু জীৱনে কয় খালী গাড়ী "

-


24 NOV 2020 AT 20:48

" সমাজ খন আপুনি বনাইছে আপোনাক সমাজে বনোৱা নাই "

-


2 NOV 2020 AT 1:44

" এইটো সঁচা যে জীয়াই থাকিবলৈ টকাৰ প্ৰয়োজন,

কিন্তু টকাৰে কাকো‌ জীয়াই ৰাখিব নোৱাৰি "

-


28 OCT 2020 AT 23:53

তাই তাৰ চব , যেন তাইৰ অবিহনে সি ফকীৰ ।

মৰম তাৰ এনে যেন তাই প্ৰীতি সি কবিৰ ।

-


27 OCT 2020 AT 18:26

মনটোৰ হে মৃত্যু হৈছে বিশ্বাসৰ নহয়

-


Fetching Maan Borah Quotes