M K  
5 Followers 0 Following

অভিনৱ আলিংগন
Joined 31 October 2019


অভিনৱ আলিংগন
Joined 31 October 2019
4 APR 2022 AT 21:32

" কিছুমান বস্তু বিচৰামতে নাপায়,
কিছুমান বিচৰামতে নহয় "

-- Life of a Driver

-


30 JAN 2022 AT 20:16

18 JAN 2022 AT 21:00

দূৰ্দান্ত জীৱন তাৰ
তথাপিও মনত বিশাল সংকল্প ,
বাৰে বাৰে হাৰিও
তাৰ চেষ্টা অব্যাহত,
নাই কোনো আক্ষেপ
এই জীৱনৰ প্ৰতি;
ক্লান্ত শৰীৰক
সবল মনে দিয়ে অবিৰত গতি,
মৌনতাৰ অলংকাৰ
তাৰ মুখত;
আৰু যুজাৰু সি
এই জীৱন যুদ্ধত ।
✒MK



-


14 DEC 2021 AT 16:14

কলমটো হাতত ,
''মা'' নামৰ পৃথিৱীখন কাষত;
কিহৰনো ভয় যুজিবলে
এই জীৱন যুদ্ধত ?
✍MK

-


14 NOV 2021 AT 14:06

প্ৰশ্ন..........?
কিমানো  নিজক কৰিম আজি প্ৰশ্ন ?
মানুহটোৰ বাহিৰে দুহাত আজি নগ্ন , 
কলম আছে হাতত 
কাইট আছে পথত 
তথাপিও হোৱা নাই ক্লান্ত 
আৰু মনে কৰে প্ৰশ্ন ,
মাজৰাতি মনে কৰে প্ৰশ্ন ।

-


2 NOV 2021 AT 12:10

তুমিতো জানাই দেখোন

✒ @XOBDASTRO

-


2 NOV 2021 AT 11:58



তুমিতো জানাই দেখোন! 
এইবোৰৰ প্ৰেমতেই মই আৱদ্ধ ,
আৰু সকলোবোৰ জানিও 
কিয় কৰা এটা উত্তৰ বিহীন প্ৰশ্ন ? 

✒MK

-


2 NOV 2021 AT 11:55



জংকী আৰু পানৈ !
সম্ভৱ নাম দুটা শুনিছাই চাগৈ , 
সেই যে সাক্ষী সোৱণশিৰি নদীৰ 
বালিত ওমলা অজলা আজলীহাল ! 

✒MK

-


2 NOV 2021 AT 11:52



আজি কালি দেখোন ভয়ো নালাগে 
এই শান্তিৰ নিদ্ৰা মৃত্যুলে ,
প্ৰতিটো পুৱাই
এক নতুনত্ব যেন লাগে ;

✒MK

-


2 NOV 2021 AT 11:50




প্ৰায়ে নিশা 
থাকো মই উজাগৰী ,
ভাবিব পাৰা সেয়া 
কাঞ্চন বৰুৱাৰ অসীমৰ লগৰী ।

✒MK

-


Fetching M K Quotes