kriti✍   (Bhakriti❤️)
229 Followers · 16 Following

Joined 14 August 2019


Joined 14 August 2019
30 MAY 2022 AT 7:32

Jeene ke liyee
Khwab ya hakiqat !
Khawb toh hamesha
muskan de jate hein
Par hakiqat
roz naya sabak de jate hein..............

-


24 MAY 2022 AT 20:40

Tum sirf mere ho
kabhi yeh maat socho
Ki tum akele ho
Tumhre har taklif mein
Har lambhe mein
Me tumhre saath hu
Tum mere "jaan" ho...

-


24 MAY 2022 AT 15:56

তোমাক ভালপোৱাৰ
মাদকতাই সুকীয়া
সন্ধ্যাৰ অস্তগামী বেলিটিৰ
সেন্দুৰীয়া আৱৰণৰ মাজত
তোমাৰ উষ্ণ বুকুৰ উমাল পৰশ
আহ্‌ ভালবোৰ যে কিমান মিঠা.....

-


4 JUN 2021 AT 22:57


I want to keep you in front of
my eyes, not in memory

-


4 JUN 2021 AT 20:40

Ki me ab nhi roti
Chahe jitna bhi karwa bolo
Me bass sunti rahungi ,
Ek waqt tha jab me biswass
Sab pe karti thi ;
Par ab khud se jyda
kisi or k bare me
Sochti bhi nhi 😌

-


4 JUN 2021 AT 20:32


I want to say thank you
To ,
All those
who hurt me

-


3 JUN 2021 AT 9:45

নিশাৰ কিৰিলি
( ১ )
টুপ টুপ টুপ.......কৈ বাহিৰত
নিশাজলৰ টোপালবোৰ নিগৰি আছে
সম্ভৱত এতিয়া ঘড়ীত ২:০০ বাজিবৰ হৈছে ;
নিশাৰ কীটবোৰে একেৰাহে মাথো
চিঞৰি আছে উলাহত কিম্বা ভয়ত ।
নিশুতি ৰজনী , সংগী মোৰ নিশামণি
চিগাৰেটো জ্বলাই কলমটো তুলি লৈছো ,
লিখিম কিবা এটা আজি
দীঘলীয়া বিৰতিৰ অন্তত !
তাই যোৱাৰে পৰা সম্পৰ্কই চিঙি পেলাইছিলো
কবিতাৰ লগত , সপোন দেখাৰ হেপাঁহ বোৰো
ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিছিল ,
চিগাৰেটৰ ধোৱাবোৰৰ মাজতে
মই হেৰুৱাই পেলাইছিলো নিজক ।

-


30 MAY 2021 AT 23:50

হেই ! কিয় কান্দিছা নাকান্দিবা চোন সোণ
মই নোৱাৰিম নহয় আজি তোমাৰ চকুপানী মচিব
নাকান্দিবা না কষ্ট পাওঁ জানাই চোন তুমি এনেকৈ কান্দিলে
ধেৎ কিয় পাহৰি যোৱা " ল'ৰা ই নাকান্দে "
মোৰ দুখ কষ্ট বোৰৰ যদিও বা আজিৰ পৰা নাইকিয়া হ'ব অস্তিত
যদিও মুক্ত মই এতিয়া সংসাৰৰ মায়াজালৰৰ পৰা
কিন্তু তোমাক দুখত দেখি পাৰিম জানো যাব
চোৱানা সোণ বাৰে বাৰে বিচাৰিছো মচিব তোমাৰ চকুলোৰ ধাৰ,
চিঞৰি ও আছো " সোণ অ' নাকান্দিবা না "
তুমিহে নুশুনা হৈ আছা , এতিয়া যে তুমি মোৰ
স্পৰ্শও অনুভৱ কৰিব নোৱাৰা
কাবৌ কৰিছো অ' নাকান্দিবা না বাবা !
বৰ সাহস গোটাই চিপডাল ওলমাই লৈছিলো জানা
বৰকৈ চটফটাই উঠিছিলো উশাহবোৰ ছুটি হৈ অহাত
কিন্তু কিছু সময় পাছতে মোৰ কোঠালিত বিৰাজ কৰিল শূণ্যতাই
উশাহৰ শব্দবোৰ পৰিৱৰ্তন হৈ ৰ'ল নিশব্দতালৈ
মোৰ শেষ অনুভৱ " ভূল মোৰেই আছিল অ' "
গোটেই জীৱন একেলগে বাট বুলাৰ
প্ৰতিশ্ৰুতি দি আধাতে নিসংগ কৰিলো আজি তোমাক,
মোক ক্ষমা কৰি দিবা , এতিয়া হাহিঁ দিয়া না সোণ ;
নশ্বৰ শৰীৰটিৰো অস্তিত নাইকিয়া
হোৱাৰ ক্ষণ সমাগত এতিয়া
মোৰো যাবৰ হ'ল এবাৰ হাহিঁ দিয়া না !

-


22 MAY 2021 AT 11:09

তুমি এতিয়া গভীৰ নিদ্ৰাত
আৰু মই উজাগৰে আছো
কল্পনাৰ সাগৰত ভাহি মাথো তোমাক সুৱৰিছো ।
দিনটোত সম্পৰ্কৰ জৰীডালত লগা
আউলৰ গাঠিঁবোৰক লাহে লাহে মুকলাইছো
কিজানিবা ই চিঙি যায়
" ধেৎ মই আকৰিজনীয়ে যে কি ভাবো "
তুমিটো মোৰেই ক'তনো পাৰিবা
থাকিব মোক আঁতৰ কৰি !
কিন্তু সকলোৱে কয় ,
সম্পৰ্কৰ জৰীডাল হেনো
খুব ঠুনুকা ; সেয়ে ভয় হৈ জানা
" এহ্‌ নকওঁ আৰু দিয়া একোকে "
নিজক পাহৰি তোমাক ভালপোৱাৰ
পৰিণতিত যাতে চকুপানী নিদিয়া !
তোমাক ভালপোৱাৰে পৰা বুজি উঠিছো
সঁচা ভালপোৱাৰ প্ৰকৃত অৰ্থ
মিছিকিয়া হাহিঁবোৰৰ আঁৰৰ ৰহস্য ।
জীৱন পথৰ আধাতে হাত এৰিলে যে
হৈ ৰ'ম মই মাথো এটি জীৱিত পুতলা
" জানো তুমি কেতিয়াও তেনে নকৰা "
ৰঙীন সপোন দেখোৱাই
জীৱনটো অন্ধকাৰ কৰি
কাহানিও আতঁৰি নোযোৱা ।

-


4 MAY 2021 AT 21:02

নিশা গভীৰ হৈ আহিছে
কিন্তু মই উজাগৰে আছো ,
শিতানৰ গাৰুটোক বুকুত
সাৱত মাৰি ধৰিছো ,
ৰাতিৰ নিৰ্জনতাক অশান্ত কৰি
ধাৰাষাৰে ধৰালৈ বৰষুণ নামিছে ।
তুমি তুমি লগা অনুভৱবোৰক
মোৰ বুকুত সজীৱ কৰি তুলিছে
এই বৰষুণজাকে ;

-


Fetching kriti✍ Quotes