14 JAN 2020 AT 0:10


লাৰু পিঠা, দৈ চিৰা, লগতে আৰু হান্দৈ গুৰা।
মাঘ বিহুৰ উৎসৱ বুলি আজি সকলোৱে কৰিছে মজা।

সকলোলৈকে মাঘ বিহুৰ উলগ জনালো।

- Krishna Deori