Kaushik gogoi   (আৱেগৰ এমুঠি)
6 Followers · 7 Following

Joined 16 September 2018


Joined 16 September 2018
8 DEC 2020 AT 22:14

সম্পৰ্কৰ না‌ঁওখনৰ বঠাহীন নাৱিকজনক সুধিবা প্ৰেমৰ মাজসাগৰত সাতুৰিব নজনাটো কিমান কষ্টকৰ।।🙂

-


9 NOV 2020 AT 21:47

প্ৰেম হ'ল গুপ্ত মনত বাস কৰা এক অবুজ অনুভূতি যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ💙

-


13 MAY 2019 AT 16:11

হয় তুমি তেঁওক ভাল পোৱা কিন্ত্ত ইয়াৰ অৰ্থ এইয়া নহয় যে তুমি তেঁওৰ পৰা অপমান সহ্য কৰাৰ এটি যন্ত্ৰ হৈ পৰা|

সঁচা প্ৰেমত ইজনৰ সিজনৰ প্ৰতি সন্মান থাকে...
তাত অহংকাৰ অপমানৰ স্হান নাই|

হয়তো বন্দ্ধু তোমাৰ প্ৰেমেই প্ৰকৃত নহয়|

-


12 MAY 2019 AT 21:15

ওঁঠৰ পৰশ
মানেই জানো ভালপোৱা ?
বন্ধু........
হৃদয়ৰ পৰশ লোৱা
তাতে সচাঁ ভালপোৱা বিচাৰি পাবা ।

-


12 MAY 2019 AT 9:57

আজি ১২ মে'|
হয়তো সকলোৱে জানে যে আজি সকলোৱে এই দিনটো সমগ্ৰ বিশ্বই মাতৃ দিৱস পালন কৰে আৰু নাজানিলেও সকলোৰে whatsapp facebook instagram ৰ দ্বাৰা জানিব পাৰিছে|
কিন্ত্ত; এটা কথা মনলৈ আহিছে. ...কেৱল post status দি wish কৰাতেই সীমাবদ্ধ হ'লেই হ'ব জানো?আমাৰ মা প্ৰকৃততে কেতিয়া সুখী হ'ব|তেঁও সুখী হ'ব তেতিয়া ;যেতিয়া আমি জীৱনত সফল হ'ম|সঁচাকৈে যদি মাক wish কৰিব বিচাৰা তেনেহ'লে মাৰ কামত সহায় কৰা;মাৰ লগত দুআষাৰ কথা পাতা|সেয়াই হ'ব তেঁওৰ বাবে মাতৃ দিৱসৰ উপহাৰ|এইচো শুনিবলৈ বেয়া যদিও ক'ব লাগিব যে মাতৃ দিৱস পালনৰ উদ্দেশ্য সফল হোৱা নাই কাৰণ কিছু মাতৃ এতিয়াও সন্তানৰ পৰা বঞ্চিত হৈ বৃদ্ধাশ্ৰমত সময় কটাইছে||

-


12 MAY 2019 AT 9:01

"মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জীৱনৰ আদিম পুৱাত;

মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত|"

হে মা তুমি মহিয়সী|

-


11 MAY 2019 AT 23:19

তাইক ক'লো"Good night"

তাইও *Good night*বুলি কৈ হয়তো তাইৰ বান্ধৱীৰ সৈতে বাৰ্তালাপত লাগিল|

কিন্ত্ত
তাই যদি এবাৰো উপলব্দ্ধি কৰিলহেঁতেন তাইৰ চিন্তাত মই কটুৱা নিদ্ৰাবিহীন ৰাতিকেইটিৰ কথা|

মইতো তাতেই সন্ত্তষ্ট হ'লোহেঁতেন|

-


11 MAY 2019 AT 16:03

অনুকৰণ কৰাতকৈ অনুপ্ৰাণিত হ'বলৈ যত্ন কৰিবা 😀

-


9 MAY 2019 AT 20:50

সিহঁতে সুধিছিল"ঐ তহঁতৰ সম্পৰ্ক কিমান মধুৰ?"

মই তপৰাই উত্তৰ দিলো;"তাইৰ Birthdayতচোন মোকো তহঁতি wish কৰ;মোকেই party বিচাৰ|উত্তৰ তাতেই লুকাই আাছে|"

-


9 MAY 2019 AT 12:39

স্মৃতিবোৰ সচাকৈয়ে বৰ আশ্বৰ্য্যকৰ|

কেতিয়াবা আমি হাঁহো সেই দিনটো মনলৈ আনি , যিদিনা আমি কান্দি কান্দি নিজৰ অস্তিত্ব আৰু স্বাভিমান হেৰুৱাই পেলাইছিলো|

আৰু কেতিয়াবা আমি কান্দো সেই দিনটো মনত পেলাই যিদিনা আমি হাঁহি হাঁহি আন দহজনক সুখৰ সংজ্ঞা দিছিলো|

..জীৱন এনেকোৱাই||

-


Fetching Kaushik gogoi Quotes