Kashyap Keshabananda Neog  
59 Followers · 44 Following

Joined 14 May 2020


Joined 14 May 2020
7 DEC 2021 AT 18:01

মোৰো এটা সপোন আছে (ৰুবুল মাউত )

-


5 DEC 2021 AT 10:44

বুকুত সজীৱ হৈ থকা সেই অতীতৰ স্মৃতি বোৰ।

-


1 DEC 2021 AT 18:29

সপোনবোৰ ছিগি সৰি পৰিব ধৰিছে জীৱন নামৰ বৃক্ষ জোপাৰ পৰা।

-


28 NOV 2021 AT 17:44

তুমি আশা হৈ
নামি আহা মোৰ
হৃদয়ৰ কাৰেংলৈ....

-


24 NOV 2021 AT 8:02

নিজক সলনি কৰিব শিকিছোঁ,
জীৱনৰ সংজ্ঞা বুজি উঠিছোঁ।
দৌৰিব শিকিছোঁ ,কেৱল স্বপ্নবোৰ বাস্তৱত পৰিণত কৰিবলৈ।

-


4 OCT 2021 AT 18:27

শুনি শোৱাপাটিৰ পৰা সাৰ পোৱা, যান্ত্ৰীকতা বিহীন গ্ৰাম্য পৰিৱেশৰ সুকীয়া মাদকতা ।

-


4 OCT 2021 AT 18:08

a)Live to fulfill your dreams
b)Live to enjoy your life with full of joy

-


4 OCT 2021 AT 18:01

सब लोगो मे होता हैं
बस उसे पेहसानने की जरूरत होती है।

-


4 OCT 2021 AT 17:24

Friends are the solution of problems

-


4 OCT 2021 AT 17:15

বিশ্বাস য'ত থাকিব
সম্পৰ্কবোৰ চিৰস্থায়ী হৈ তাতেই থাকিব।🤗

-


Fetching Kashyap Keshabananda Neog Quotes