obujon   (কৰৱী)
336 Followers · 65 Following

নমস্কাৰ 🙏
Joined 26 April 2018


নমস্কাৰ 🙏
Joined 26 April 2018
6 SEP 2021 AT 22:22

At the end,
It's just you left with your thoughts unnamed...

-


4 JUN 2021 AT 20:49

তেওঁ মৰমত ক'লেই
মনলৈ শীতলতা আহে
যেন তেওঁ বাৰিষাৰ
প্রথম জাক বৰষুণ হৈ নামে।

তেওঁ অলপ টানকৈ ক'লেই
দুচকু বোৱাই দিয়ে
যেন তেওঁ মথাউৰি ভঙা
বান হৈ আহে।

নোকোৱাকৈয়ে কৈ যায়
মৰম নামৰ কবিতাটি...

সপোন সপোন যেন লগা
বাস্তবৰ এটি কাহিনী...

কাৰণ,

তেওঁ যে প্রেম।।

-


10 MAY 2021 AT 21:30

মোক আপুনি আপোনাৰ আধৰুৱা কবিতাটিতে
সাঁচি ৰাখ'ক ,
আধৰুৱা সৃষ্টিৰ হেনো আদৰ বেছি.....

-


27 FEB 2021 AT 20:02

প্রেমত মাতাল কৰা ফাগুনক সুধিব ,
আপোনাৰ প্রতি মোৰ সীমাহীন উৎকন্ঠাৰ কথা ;

শব্দবোৰ যে তথাপিও সৰি নাহে,
ভয়, লাজ আৰু অভিমানৰ দোমোজা যে এতিয়াও আছে;

অস্থিৰ মনৰ কাৰণ আপুনি,
যদি নহয় মই আপোনাৰ প্রেমৰ ৰাগী...

-


3 FEB 2021 AT 20:42

এবাৰ মাথো তোৰ কবিতাত প্রিয়তমা হ'বলৈ দে,
তোৰ শব্দৰ নিভাঁজ সুৰত বিলীন হৈ চাওঁ।

লৰালিতে খেলা ৰজা ৰাণীৰ দৰে,
আকৌ এবাৰ ৰাণী হৈ যাওঁ।

-


14 AUG 2020 AT 19:38

জানোছা জানেই মোৰ এই হিয়াৰ স্পন্দন,
নতুনত্ব ঢৌ তুলা তেওঁ যে এক অবুজ শিহৰণ,
হয়তো লাজুকীয়া তেওঁ,
মোৰ স্বপ্নতহে আহি দিয়েহি তেওঁৰ হাঁহিটিৰ এক ৰহণ।

-


2 AUG 2020 AT 11:06

Whenever I used to point out a nice dress which was a bit expensive my mom used to pinch me indicating you can't even look at the dress again.. 😑

-


1 AUG 2020 AT 19:52

You have a fun time watching, two man arguing with two different political view unless they ask you, your opinion about it..

-


31 JUL 2020 AT 19:44

মায়ে কয় বেছি আশা নকৰিবি , কিন্তু মাক নো কেনেকৈ কওঁ সপোনত যে কেৱল জোন তোকহে সাবটি ধৰিব বিচাৰো।

-


21 JUL 2020 AT 10:43

Me after I have done pocha..

-


Fetching obujon Quotes