At the end,
It's just you left with your thoughts unnamed...-
মোক আপুনি আপোনাৰ আধৰুৱা কবিতাটিতে
সাঁচি ৰাখ'ক ,
আধৰুৱা সৃষ্টিৰ হেনো আদৰ বেছি.....-
প্রেমত মাতাল কৰা ফাগুনক সুধিব ,
আপোনাৰ প্রতি মোৰ সীমাহীন উৎকন্ঠাৰ কথা ;
শব্দবোৰ যে তথাপিও সৰি নাহে,
ভয়, লাজ আৰু অভিমানৰ দোমোজা যে এতিয়াও আছে;
অস্থিৰ মনৰ কাৰণ আপুনি,
যদি নহয় মই আপোনাৰ প্রেমৰ ৰাগী...-
এবাৰ মাথো তোৰ কবিতাত প্রিয়তমা হ'বলৈ দে,
তোৰ শব্দৰ নিভাঁজ সুৰত বিলীন হৈ চাওঁ।
লৰালিতে খেলা ৰজা ৰাণীৰ দৰে,
আকৌ এবাৰ ৰাণী হৈ যাওঁ।
-
জানোছা জানেই মোৰ এই হিয়াৰ স্পন্দন,
নতুনত্ব ঢৌ তুলা তেওঁ যে এক অবুজ শিহৰণ,
হয়তো লাজুকীয়া তেওঁ,
মোৰ স্বপ্নতহে আহি দিয়েহি তেওঁৰ হাঁহিটিৰ এক ৰহণ।-
Whenever I used to point out a nice dress which was a bit expensive my mom used to pinch me indicating you can't even look at the dress again.. 😑
-
You have a fun time watching, two man arguing with two different political view unless they ask you, your opinion about it..
-
মায়ে কয় বেছি আশা নকৰিবি , কিন্তু মাক নো কেনেকৈ কওঁ সপোনত যে কেৱল জোন তোকহে সাবটি ধৰিব বিচাৰো।
-
The chaos is unbearable today ,
Should I shed tears?
Or pretend like nothing really concerns?
The act is becoming tough for me lately,
Pain seems to love me so dearly..
Now l can't leave them behind ,
It doesn't seem to stop soon.
I can't run anymore..
Reality hurts..
And the virtual one stands ,
With sale of sympathy..
Making me hate more..
Wonder for how long the mask ,
Want to stuck with me..
-