যাৰ বাবে হৃদয়ৰ কোঠালিত ঠাই ৰখা হয়
তেওঁক তাতেই থাকিবলৈ দিয়া চিৰদিন…
শূন্য হৃদয়ৰ স্পন্দনবোৰৰ প্ৰতিধ্বনি বেছি।
ভালপোৱা এনেকুৱাই!
পোৱাৰ আশা য'ত নাথাকে,
হেৰুৱাৰ আশংকাও তাত নাথাকে।।
-কাকলি-
মাজৰ কথাখিনি বুজা জন হে আপোন
আৰম্ভণি আৰু শেষত ক্ষন্তেকীয়া বহুজন…
কাকলি-
কথাবোৰ তেনেই নগণ্য
যেতিয়ালৈকে এজনৰ মাজত থাকে
কথাবোৰ তেতিয়া কেৱল কথা হৈ নাথাকে
যেতিয়া অন্য এজনে বুজি উঠে কথাবোৰ
লাহে-লাহে ৰূপান্তৰিত হয় অনুভৱলৈ…
কাকলি-
Every night the moon whispering near
her window, shares the secrets
of stars and the stardust...
©kakoli-
Never look down to find who is
Trying to pull you
Just stand with your head held high
They will raise their heads to see your face-
Never to stop in between,
No matter whatever be the situation
is...-
He was in love with the mist
He was never so cold hearted before
The warmth of the Sun did make him
glow and smile
He tried to hug the mist
It hugged him back
And left his heart cold and frozen-
The ray of hope still shines
Like a frantic daisy
Blooming alone amidst the wild
On the edge of a frozen mountain-