Jyotisikha Kalita  
153 Followers · 206 Following

read more
Joined 28 January 2019


read more
Joined 28 January 2019
1 JUL 2022 AT 21:29

অনুভৱ বোৰক একাষৰীয়া কৰি নিজক আগত ৰাখি কথাবোৰ যুটীয়াই চালোঁ,তেতিয়া বুজিলো আত্মসন্মান কিমান প্ৰয়োজন..
কোনো সম্পৰ্কই চিৰদিনৰ নহয় ,জীৱনটো চলাই নিয়াৰ বাহকহে মাথোঁ ..
সুখৰ সময়ত ঢেৰ মানুহ থাকিলেও ,দুখৰ চকুপানী নিজেই মোচিব লাগিব ,বুকুত জ্বলা জুইকুৰাত অকলে দহি থাকিব লাগিব..

-


9 MAY 2022 AT 22:00

কাঢ়ি লৈ যোৱাজনে কি বুজিব
হেৰুৱাজনৰ দুখ

-


4 FEB 2022 AT 21:28

সেই ৰাস্তাৰে খোজ দিয়াটোৱেই ভূল
য’ত উভতনিৰ ৰাস্তা তেনেই কঠিন....

-


9 DEC 2021 AT 13:59

মন মগজুত এসোপামান কথাই কন্দোল লগাই থাকে আজি কালি,,টোপনিৰ আৰ লৈয়ো যেন লুকুৱাব নোৱাৰো ৷নিজকে দুৰ কৰি লৈছো সকলৰে পৰা ,
আপোন হোৱা মানুহৰ বিশ্বাসৰ দুৱাৰদলিত বহু বাৰ উজুটি খাইছোঁ ৷

-


22 OCT 2021 AT 23:06

Yaad dilane se jinko apki yaad aaye ,,
unko apki yaadoo main bhi maat rakho

-


1 OCT 2021 AT 22:55

Yeh bhi waqt hain guzar jayega kehke
Uss waqt ki aahmiyat nehi samajh pate

-


30 SEP 2021 AT 18:35

নিলাজী জনী হৈ পৰিছোঁ নেকি বাৰু....
অনুভৱৰ পৃষ্ঠাবোৰ এপদ এপদ কৈ খুলি দি ..?
কেনেকৈ বুতলিম সিচৰিত হৈ থকা পৃষ্ঠাবোৰ ,,
আকৌ সামৰি থৈ আগবাঢ়িব পাৰিম জানো .,??

-


25 SEP 2021 AT 21:20

Jub dill ka na ho na To
samajh lena woh
Taqdeer mein bhi nehi thi

-


1 SEP 2021 AT 22:17

Agar hissa nehi baan sakti to
Kishon main bhi rehna manjur nehi hain...

-


27 JUL 2021 AT 21:44

ল’ৰাৰ বিয়াৰ সময়ত দেউতাকে চাইকেল চলাই আলহীক নিমন্ত্ৰণ দি ফুৰিছিল,, ল’ৰাৰ কষ্ট হয় বুলি ভাবি
কিন্তু, আজি সেই ল’ৰাই দেউতাকক প্ৰতিটো কথাটে বুঢ়া বুলি সম্বোধন কৰে ৷

-


Fetching Jyotisikha Kalita Quotes