Jyoti Baruah   (Rup)
8 Followers · 4 Following

Joined 15 June 2020


Joined 15 June 2020
8 JUL 2023 AT 21:33

অনুভৱ কুমাৰৰ অনুভৱ

গাভৰু হৈ উঠা নৈ খনৰ দৰেই
তোমাৰো উঠন যৌৱন

হাবিয়াস
এবাৰ চুই চোৱাৰ

পাৰ্থক্য এটাই
নৈৰ বুকুত মই হেৰাই যোৱাৰ ভয়
আৰু মোৰ বুকুত তুমি

--- অনুভৱ কুমাৰ

-


3 DEC 2021 AT 14:00

অই পাগলী,
লিখোঁ বুলিলেই এটা কবিতা লিখিব নোৱাৰি।
যেনেকৈ নোৱাৰি
মনৰ ভিতৰত তোৰ লগত পতা
প্ৰতিটো কথা প্ৰকাশ কৰিবলৈ।
ভণ্ড প্ৰেমিকৰ মৰমত তইটো অন্ধ
কাৰণ তোৰ হৃদয় যে পবিত্ৰ ।
মই ভাগ্যৱান
তই গৌৰৱ কৰিবলৈ বিচৰা মোৰ শ্ৰেষ্ঠত্ব ।
তোমাৰ আজি ওপজা দিন
অথচ তোমাক দিবলৈ মোৰ একো নাই ।
খালি হাতে আহিছোঁ
দূহাত মেলি তোমাৰ পৰা বিছাৰিছো
তোমাৰ সপোনৰ প্ৰেমিকজন নিজক সজোৱাৰ বাবে প্ৰেৰণা আৰু
আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি।

-


28 JUN 2021 AT 20:20


এদিন যি সময়ে মোক উপহাৰ দিছিল তোমাৰ ভালপোৱা ❤️
সেই সময়েই এদিন তোমাক আজুৰি নিলে মোৰ পৰা💔
কোনো অভিযোগ নাই
সময় থকা বাবেই জীৱন আছে সময়ে নচুৱাই আমি নাঁচো ।
তুমি সুখী হোৱা😍

-


3 NOV 2020 AT 22:35

প্ৰায়োজন ত কৈ বেছি দিয়া গুৰুত্বৰ প্ৰতিৰূপ আবহেলা ।

-


29 SEP 2020 AT 0:08

বিবেকৰ মতে চলিলে অভিমানী হৃদয়ে
ঠেহ পাতে
হৃদয়ক সুখী সজাব বিচাৰিলে, জীৱনে চিপজৰি বিচাৰে ।
প্ৰেম অন্ধ, হৃদয় ৰুগ্ন
সুস্থতাৰ প্ৰত্যাক্ষাত জীৱলৈ জীৱন পথভষ্ট....।

-


27 SEP 2020 AT 19:09

Evaluation

-


8 SEP 2020 AT 17:24

প্ৰেম কোনো সপোন নহয়
যে ইয়াক পাহৰি পেলাম ।
তুমি কোনো ভ্ৰম নহয়
যে মন গলেই মোহাৰি পেলাম ।
জানো মই ভালপোৱাৰ যোগ্য নহয়।
তথাপি তোমাক পাহৰাটো সম্ভৱ নহয় ।

-


22 AUG 2020 AT 20:07

আপোনাৰ বৰ্ধিত মাছুলে মোক জুৰুলা কৰিছে
বেলেগৰ ওচৰত প্ৰেমৰ চিকিৎসা কৰিবলৈ মোৰ হৃদয়খন যে অপৰাগ❤️

-


8 AUG 2020 AT 11:02

তোমাকলৈ সপোন দেখিবও ভয় হয়
কিজানি চণ্ডাল হওঁ
তোমাৰ নামত পুহি ৰখা সপোনৰ
শৱ সৎকাৰ কৰি

-


5 AUG 2020 AT 23:40

সুদীৰ্ঘ কাল বনবাসৰ অন্তত
শান্তিৰ ধল বোৱাই ভাৰত ভূমি পবিত্ৰ কৰিলে দশৰথ নন্দনে।আকৌ শাসন কৰিব সকলোৰে হৃদয়ৰ ৰজা প্ৰভু শ্ৰী ৰামে
পুনৰায় প্ৰতিষ্ঠা হব
ভাৰতত ৰাম ৰাজ্য।
জয় শ্ৰী ৰাম।

-


Fetching Jyoti Baruah Quotes