Juri Deka  
8 Followers · 16 Following

Joined 29 October 2021


Joined 29 October 2021
13 APR AT 20:02

অযুত মৰম আছে তোমাৰলৈ
সঁপি দিম তোমাতেই.....
তুমি মাথো মোৰ হৈ ৰুৱা শেষলৈ

-


13 APR AT 20:01

অযুত মৰম আছে তোমাৰলৈ
সঁপি দিম তোমাতেই.....
তুমি মাথো মোৰ হৈ ৰুৱা শেষলৈ

-


24 DEC 2023 AT 8:03

তুমি ফুল মৰমৰ
ফুলি ৰোৱা মোৰ হিয়াত ......

-


24 JUL 2023 AT 6:25

Monsoon morning welcomes me
to a beautiful day...
Great me with a bunch of flowers.
The sound of rain and a cup of tea
start my day productively,
Sending me heartwarming wishes.
It's enough to make me happy.
How can I ignore this monsoon?

-


5 DEC 2021 AT 6:58

তৰাফুলৰ প্ৰতিটো পাপৰিত সপোন ৰচে তাইৰ শবদপিপাসী মনে 🌾

-


10 NOV 2021 AT 19:59

খৰিকাজাইফুলৰ সুৱাস

চোতালৰ খৰিকাজাইজোপাৰ
কি যে আনন্দ
আবেলিৰ মিঠা সৌন্দর্য
অসতৰাগ বেলিৰ কিৰণত
মৃদু বতাহজাকৰ পৰশত
মিচিকীয়াই হাঁহিছে,
আজি আকৌ এবাৰ মন গ'ল
খৰিকাজাইফুলৰ সুৱাসত
নিজকে বিলীন কৰি দিবলৈ।

-


10 NOV 2021 AT 19:41

অনুভৱ

নীলা ছাদৰৰ তলৰ
সেউজীয়া খিনি আকৌ জীপাল হৈ উঠক
সেই বকুলজোপাৰ ছাত
অনুভৱী কলমটো আকৌ জী উঠিব।
মন-মগজু শাত পেলাই যোৱা
মলয়া ছাতিও আহক
উৎকত মৰুভূমিৰ অনুভূতি
হেৰাই যাব।

-


Seems Juri Deka has not written any more Quotes.

Explore More Writers