খলা-বমা,খলা-বমা
প্ৰতিটো খোজত ,
কেতিয়াবা যদি কোনো
থাকে হাঁহি!
কেতিয়াবা থাকে দূখত.....
জীৱনৰ গতি ;
সচাই
প্ৰশ্নবোধক?-
Joy Borah
19 Followers · 5 Following
Joined 22 November 2018
2 JUN 2021 AT 20:30
15 MAY 2021 AT 14:56
# যাৱৰ সময়ত শুধিছিল , এতিয়া পাৰিবা থাকিব জীয়াই ?
মই বুকু ফিন্দাই কৈছিলোঁ- জাতি প্ৰেম বুকুত আছে , চিন্তা নকৰিবা ,
মাতৃয়ে ৰাখিব আচলতে সোমোৱাই🍁-
14 MAY 2021 AT 22:35
মোৰ বিষয়ে বৰ বিশেষ নাভাবিবা
কিয়নো তুমি সিমান খিনি হে জানা যিমান মই তোমাক জনাইছোঁ --
9 APR 2021 AT 22:15
:ভাগৰি পৰিছোঁ ,
শব্দৰ সমস্যাৰ সৈতে যুঁজি যুঁজি ,
প্ৰশ্নবোধক ৰ উত্তৰ দি দি ,
চাৱনিৰ পৰা নিজক ঢাকি ঢাকি ,
-
23 FEB 2021 AT 23:14
ব্যস্ততাৰ মাজতো দিয়া মাত এষাৰ
আৰু
হেৰাই যাৱ খোজা দলিচাখনত
পৰি ৰৈ যোৱা স্মৃতি বোৰ
উনুকিয়াই
তোমাৰ ৰং বোৰ বিচৰা মানুহ জন হে
তোমাৰ প্ৰকৃত সুভচিন্তক 💕-
23 JAN 2021 AT 20:59
মোৰেই চাগে ভুল আছিল
তোক কৰা মৰম বোৰৰ মাজত
মোৰেই চাগে কিছু দোষ লৈ গৈছিল ,
যাৰ কৰ্ম ফল হিচাপে মই অবহেলাক উভতাই পালোঁ ।
ধন্যবাদ
আৰু একো নালাগে
যি দিলি সেয়া মই ৰাখিছোঁ সজতনে 😌।
।।।।।।জীৱন জিন্দাবাদ।।।।।।-