@himangshu
-
অপৰিসীম ভালপোৱা স্বত্বেও যিজনীৰ অন্যৰ প্ৰতি মোহ থাকি যায়,
সেই ছোৱালীজনী মোৰ নহলেও কোনো দুখ নাই 😊-
বহু আচৰিত ধৰণৰ ভালপোৱা
না তেওঁ বন্দীত ৰাখিছিল
না মই পলায়ন কৰিলোঁ।।
✍️sanidhya-
মানুহে বহু কিবা কিবি বিচাৰি কাৰো সংগী হবলৈ নাযায়,,
সকলো সময়তে বিশ্বাসেৰে আৱৰি ৰখা এখন হাত, বিপদৰ বেলিকা সঁহাৰিৰ এষাৰ মাত,আৰু তেওঁক একদম নিজৰ বুলি ভাবিব পৰাকৈ সঁচা অন্তৰৰ এধানমান আশ্বাস.....
বছ ইমানখিনি পালেই ৰৈ যাব খোজে বহুত মানুহ কাৰোবাৰ মায়াত বন্দী হৈ চিৰদিনলৈ.........
✍️ অৰ্চনা-
আচলতে লাইফৰ কিছুমান মুহুুৰ্ত ফিল্মী হোৱা উচিত ৷ এই যেনেদৰে কাৰোবাক খুব মিচ কৰিছো আৰু সিটোমুৰত তেও লগে লগে গম পালে ৷ মুখেৰে কবলৈ প্ৰয়োজন নহল ৷ আচলতে এনে নহয় বাবে পেইনফুল , মিচ কৰিছো আৰু কবলৈও মন যোৱা নাই ৷
-
ভুল জাগাত চেক্রিফাইচ আৰু ভুল মানুহৰ সৈতে কম্প্রোমাইজ। আপোনাক না সুখ না সফলতা দিব।
জীৱন বৰবাদ।
।।। ।-
যদি তুমি কাৰোবাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হোৱা, যদি তুমি কাৰোবাক অনুভৱ কৰাৰ বাবে স্পৰ্শ কৰাৰ প্ৰয়োজন হয়, তাত কোনো প্ৰেম নাই । যদি জীৱনত কাৰোবাৰ উপস্থিতি বিশ্বাস কৰিবলৈ কাৰোবাক নিজৰ চকুৰে চোৱাৰ প্ৰয়োজন হয়, তেন্তে তাত কোনো বিশ্বাস নাই ।
স্পৰ্শহীন অনুভৱ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ অনুভৱ। নেদেখা কৈ কৰা বিশ্বাস হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস। যি বিশ্বাস, যি অনুভৱ তুমি তোমাৰ সৃষ্টিকৰ্তাক লৈ কৰা । যদি এনে ধৰণৰ পবিত্ৰ অনুভৱ এজন মানুহৰ প্ৰতি আহে, বুজি লোৱা ইয়ে হৈছে প্ৰেম।
যাক অনুভৱ কৰিবলৈ স্পৰ্শ কৰিব নালাগে, যাৰ উপস্থিতি বুজিবলৈ চকু মেলি চাব নালাগে। আনকি দূৰত্ব হাজাৰ কিলোমিটাৰ হ'লেও, তোমালোকৰ মনবোৰ কেতিয়াও বেলেগ নহ'ব... 💕
....-
সময়ে মানুহক সলনি নকৰে,
ই মাত্ৰ মানুহৰ আচল চেহেৰা চিনি পোৱাত সহায় কৰে.......-