Jimpi Talukdar   (Jimpi Talukdar)
31 Followers · 11 Following

অসমীয়া💕 জুবীন ❤️আক বাক কৰি ভাল পাওঁ
Joined 29 December 2019


অসমীয়া💕 জুবীন ❤️আক বাক কৰি ভাল পাওঁ
Joined 29 December 2019
9 JUN 2021 AT 11:06

Don't be afraid to be alone
Because
Eagle don't fly with pigeons, eagle fly alone😌

-


9 JUN 2021 AT 9:50

তোমাৰ পৰা এটাই আশা 🍂
তোমাৰ ভালপোৱাৰ মাজেৰে পাৰ হৈ যাওঁক
মোৰ প্ৰতিটো উশাহ❤️😌

-


8 JUN 2021 AT 21:43

All rejection are not ugly😌
Imagine,the more the gravity
denies you,the higher you fly🦋

-


8 JUN 2021 AT 17:52

জীয়াই থকালৈ আপোনাৰ লগতেই
থাকিব বিচাৰিম😌
প্ৰতিটো সপোনত মাথো আপোনাকেই অৱৰিম💝

মৃত্যুৰ পাছতো যদি আকৌ জীৱন পাওঁ,
মাথো আপোনাৰ হৃদয়তেই খোপনি পাতিম💖🌸

-


29 AUG 2020 AT 23:30

Ignore all the negative thoughts and enjoy every moment of life💚🔥

-


29 AUG 2020 AT 23:27

Anger is the worst thing ever🙂

-


27 AUG 2020 AT 12:41

নোকোৱাকৈ এ সামৰিম এটি অধ্যায়😇

-


27 AUG 2020 AT 10:29

একোৱে ভাল নলগা হ'ল আজি কালি
সকলো সময়তে কিবা এটা হেৰুৱাৰ ভয়ে খেদি ফুৰে
মনটো সকলো সময়তে অশান্ত হৈ থাকে
নাজানো এই অশান্তিৰ শেষ ক'ত

এতিয়া আৰু জীৱনটো উপভোগ কৰিব মন নাযায়
সকলো এৰি যেন গুচি যাম🙂
ক'ত শান্তি পাম মই?

-


26 AUG 2020 AT 21:58

মোৰ ভালপোৱাৰ প্ৰমাণ দিব
মৰিব নালাগে তুমি
লাগিলে মোৰ আয়ুস খিনিও লোৱা
তথাপি ভালে থকা তুমি💚

-


23 AUG 2020 AT 21:48

Me to Google- why i am single ?
Google- open front camera
Me- ok sorry🙂

-


Fetching Jimpi Talukdar Quotes