তোমাৰ জন্ম দিনত
তোমাক লগ পোৱাৰ হেপাঁহ
যেন হেঁপাহ হৈয়ে থাকিব...!
😔
-
🍃কবিতা ভাল পোৱ... read more
সময়বোৰ সলনি হ'লওঁ!
আপোনজনৰ লগত
কথা পতাতকৈ
তেওঁৰ কথা ভাবি
থাকিবলৈহে ভাল লগা হ'ল...!-
ৰাতিৰ এন্ধাৰেও
কিবা যেন কব খোজে
জোনৰ পোহৰক...
যেন জুখিব খোজে
কিমান ভাল পাব পাৰে
ৰাতিৰ এন্ধাৰ বোৰক..!-
বহু দিন হ'ল
এখন বিশাল
আকাশৰ সৈতে
প্ৰেম হোৱাৰ...
কেতিয়াও
ভৱা নাছিলোঁ...
তাত কথা
মৰমৰ তৰাবোৰ
কাহিলী পুৱাতে
চুই চাব মন
যাব বুলি...
যেতিয়া চুই চালো
মৰমত যেন
অনুভূত হ'ল
এক আঘাত...!-
প্ৰায়বোৰ ছোৱালীয়ে নিজে জীৱনত সফল হব
চেষ্টা নকৰে বা ঘৰখনৰ পৰাও ছোৱালীক কিবা
এটা সংস্থাপন দিয়াটোত গুৰুত্ব প্রকাশ নকৰে,
কিন্তু এজন সফল ল'ৰাক জীৱন সংগী হিচাপে
সদায় বিচাৰে, দেশ কেনেকৈ উন্নতি হব ।😕😕-
প্ৰাপ্তবয়স্ক দশা
মধ্যবিত্ত ঘৰৰ ল'ৰা
ভাৱ গধূৰ হৈ
উজাগৰে কটোৱা নিশা...
খালী পকেত আৰু
অযুত সপোনবোৰ
পুৰণ কৰাৰ আশা...!-
কিবা এটা শিকিবলৈ
সময়ৰ প্ৰয়োজন হয়,
এইফালে আকৌ সময়েই
বহু কথা শিকাই থৈ যায়..!
-
এবাৰ ভাল মানুহ হৈ চোৱা চোন,
মানুহটো বাদেই দিয়া...
দেখিবা ভগৱানেও তোমাৰ
লগত বেয়া কৰিব ধৰিছে..!-